শিল্পী দিৱস ১৭ জানুৱাৰী তাৰিখে পালন কৰা হয় । এই শিল্পী দিৱস ৰূপকোঁৱৰ জ্য়োতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস হিচাপে পালন কৰা হয় । এই দিনটোতে মহান ব্য়ক্তি গৰাকীৰ মৃত্য়ু ঘটিছিল । ১৯৫৩ চনৰ ১৭ জানুৱাৰী তাৰিখে প্ৰথম বাৰৰ বাবে শিল্পীজনাক সোঁৱৰি কৰি এই দিৱস উদযাপন কৰা হৈছিল। প্ৰথম অৱস্থাত এই দিনটো ‘জ্যোতি দিৱস’ হিচাপে পালন কৰা হৈছিল। পৰৱৰ্তী সময়ত জ্যোতি দিৱসক শিল্পী দিৱস হিচাপে নামকৰণ কৰা হয়। 


Type-Bharat Kalita 

Morigaon Assam 



Free Online Exam Click Here