লাচিত বৰফুকন 



লাচিত বৰফুকন (১৬২২) ঃ ১৬২২ চনৰ ২৪ নবেম্বৰ তাৰিখে লাচিত বৰফুকনৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম মোমাই তামুলী। লাচিত বৰফুকনে সামৰিক আৰু অসামৰিক দুয়োটা শিক্ষাই গ্ৰহণ কৰিছিল। শৰাইঘাটৰ যোদ্ধত মোগল সৈন্যই আহোমৰ সৈন্যৰ লগত জিকাৰ আশা বাদ দি পিছ হুহোকিবলৈ ধৰিলে।তেতিয়া লাচিত বৰফুকনে জ্বৰৰ গাৰে কৈছিল যে- অসমীয়া ৰণুৱাসকল মই জ্বৰৰ গাৰে যুদ্ধ কৰিম চিলা পৰ্বতৰ ওপৰত এটুকুৰা মাটি কিনি থৈছো তাতে মোৰ শটো থবা নাইবা  আহোমৰ সৈন্যই মোৰ শটো ধৰি লৈ যাওঁক। তেতিয়া তেওঁৰ কথা শুনি মোগলৰ সৈন্যৰ মনত সাহস আহিল আৰু মোগলৰ সৈন্যই যুদ্ধ কৰিলে।  শৰাইঘাটৰ যুদ্ধৰ সময়তে তেখেতৰ মৃত্যু হৈছিল।  


Type- DIKHA BORA

Morigaon (Assam)