কুশল কোৱঁৰ

 




কোশল কোৱঁৰ ( ১৯০৫-১৯৪৩) ঃ ১৯০৫ চনৰ অসমৰ গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ চাওদাং চাৰিআলিৰ এটা মধ্যবিত্ত পৰিয়ালত কুশল কোৱঁৰৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম সোণাৰাম কোৱঁৰ আৰু মাতৃৰ নাম কণকেশ্বৰী কোৱঁৰ। কুশল কোৱঁৰে কিশোৰ অৱস্থাতে স্বাধীনতা আন্দোলনত যোগদান কৰে। কুশল কোৱঁৰ মহাত্মা গান্ধীৰ অহিংসক আন্দোলন নীতিৰ সমৰ্থক আছিল। ১৯৪৩ চনৰ ১৫ জুনত কুশল কোৱঁৰক ফাচীঁ দিয়া হয়। 


DIKHA BORA

Morigaon (Assam)