যোগ্য মাতৃৰ যোগ্য সন্তান

১। দেশভক্ত ল'ৰাজনৰ নাম কি আছিল?

উত্তৰঃ দেশভক্ত ল'ৰাজনৰ নাম হ'ল লোকমান্য় বালগঙ্গাধৰ তিলক আছিল। 


২। বালগঙ্গাধৰ তিলকৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল?

উত্তৰঃ বালগঙ্গাধৰ তিলকৰ জন্ম ১৮৫৬ চনৰ ১৩ জুলাইত ৰত্নাগিৰি নাম গাঁৱত হৈছিল।


৩। "স্বাধীনতা আমাৰ জন্মস্বত্ব অধিকাৰ আৰু ইয়াক লাভ কৰিহে এৰিম", এই বাক্যটো কোনে কৈছিল?

উত্তৰঃ বালগঙ্গাৰধৰ তিলকে কৈছিল।

 

৪। বালগঙ্গাধৰ তিলকৰ লিখনি প্ৰকাশ কৰি উলিওৱা দৈনিক কাকতখনৰ নাম কি আছিল?

উত্তৰঃ বালগঙ্গাধৰ তিলকৰ লিখনি প্ৰকাশ কৰি উলিওৱা দৈনিক কাকতখনৰ নাম হ'ল 'কেশীৰ' নামৰ মাৰাঠী আছিল।


৫। বালগঙ্গাধৰৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ বালগঙ্গধৰৰ ১৮৫৬ চনত ১৩ জুলাইত ৰত্নাগিৰি নামৰ গাৱঁত জন্ম হৈছিল। দেউতাকৰ নাম গঙ্গাধৰ ৰাও আৰু মাতৃ নাম পাৰ্বতীবাঈ আছিল। তেওঁৰ সৰুকালৰ নাম বলৱন্ত ৰাও আছিল। ছাত্ৰাৱস্থতে তিলকে নিজৰ জিৱন লক্ষ্য় স্থিৰ কৰিছিল। বালগঙ্গাধৰে ইং ১৮৭৭ চনত বি. এ আৰু এল. বি. পৰীক্ষা পাছ কৰে। ইং ১৮৯০ চনত তেখেতে কংগ্ৰেছত যোগদান কৰে। তেওঁ 'কেশৰী' নামৰ মাৰাঠী দৈনিক কাকত প্ৰকাশ কৰিছিল। বালগঙ্গাধৰে আদালতত ছয়দিনত বাইশ ঘণ্টা সময় ভাষণ দিছিল। এইজনা মহান স্বাধীনতা সংগ্ৰামীৰ ১৯২০ চনৰ ৩১ জুলাইৰ দিনা মৃত্য়ু ঘটে।


Author- Bikash Bora 





Post ID : DABP004685