Faculty College of Education, North Gauhati (Kamrup)


ফেকাল্টি কলেজ অৱ এডুকেচনখন 1962 চনত 4 ছেপ্টেম্বৰত স্থাপিত হৈছিল। বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ নাম হল ডঃ ডিলিপ দাস। সেই সময়ছোৱাত সমগ্ৰ উত্তৰ কামৰূপ জিলাৰ ই একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আছিল। ই এই বিশাল জনবসতিপূৰ্ণ অঞ্চললটোত উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিশাল সংখ্যাক শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তা পূৰণ কৰিছিল। শ্ৰী মনিন্দ কুমাৰ বৰাহ নেতূত্ব ডুৱ শিক্ষিত যুৱক-যৱতীৰ এটা দলে স্থানীয় এলেকাত এখকন মহাবিদ্যালয় স্থাপনৰ উদ্যাগিক ৰূপ দিছিল। 

আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।

TYPE- SUMAN KAKATI