Hojai College, Hojai (Nagaon)
হোজাই মহাবিদ্যালয়খন 11 জুলাই 1964 চনত স্থাপিত হৈছিল। হোজাই মহাবিদ্যালয়খন হৈছে অসমৰ হোজাইত অৱস্থিত হৈছে এখন সাধাৰণ ডিগ্ৰী মহাবিদ্যালয়। এই মহাবিদ্যালয়খন গুৱাহাটি বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত। মহাবিদ্যালয়খনে এইচ.এছ পাঠ্যক্ৰম আকু কলা, বিঞ্জান আৰি বাণিজ্যৰ স্নাতক ডিগ্ৰীত তিনি বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম আগবঢ়ায়। ই পি.ইউ কলাত মাত্ৰ 124 জন শিক্ষাৰ্থীৰ সৈতে আৰম্ভ হৈছিল। আতি সোনকালে উচ্চ মানণ্ডৰ বাবে নগাঁও জিলাৰ দক্ষিণ অংশত জনপ্ৰিয় হৈ পৰিছিল।
আপোনালোকে যদি এই কলেজখনপৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।
Type- Suman Kakati
Post ID :DABP004708