পাঠ 12
বীজগণিতীয় ৰাশি
অনুশীলনী 12.2

1. সদৃশ পদসমূহ একেলগ কৰি সৰল কৰাঃ






















2. যোগ কৰাঃ










3. বিয়োগ কৰাঃ
উত্তৰঃ














































6. অনিমা, মামণি, ৰীতা আৰু পূৰবীৰ গণিতৰ পৰীক্ষাৰ ফলাফল এনে ধৰণৰ 一
অনিমাতকৈ মামণিয়ে দুগুণ নম্বৰ পাইছে
ৰীতাই অনিমাতক 4 নম্বৰ কম পাইছে।
পূৰবীয়ে মামণিতকৈ 2 নম্বৰ বেছি পাইছে
এতিয়া চাৰিওজনীয়ে পোৱা নম্বৰৰ যোগফল বীজগণিতীয় ৰাশিত প্ৰকাশ কৰা।
উত্তৰঃ 
ধৰো,
অনিমাই পোৱা নম্বৰ a
∴ মামণিয়ে পোৱা নম্বৰ = 2a
আকৌ, ৰীতাই পোৱা নম্বৰ = a – 4
আকৌ পূৰবীয়ে পোৱা নম্বৰ = 2a + 2
এতিয়া চাৰিওজনীয়ে পোৱা নম্বৰৰ যোগফল হ’ল
= a + 2a + a – 4 + 2a + 2
= 6a -2






























10. নবীনৰ হাতত কেইটামান মাৰ্বল আছে। বিজয়ৰ হাতত নবীনৰ হাতত থকা মাৰ্বলৰ সংখ্যাৰ বৰ্গতকৈ 4টা মাৰ্বল কম আছে, অনুপৰ হাতত বিজয়ৰ হাতত থকা মাৰ্বলতকৈ 4 টা বেছি আছে, প্ৰকাশে ক'লে যে তাৰ হাতত নবীন বিজয় আৰু অনুপৰ হাতত একেলগে থকা মাৰ্বলতকৈ 6 টা মাৰ্বল বেছি আছে। নবীন, বিজয়, অনুপ আৰু প্ৰকাশৰ হাতত থকা মাৰ্বল একলগ কৰিে মুঠ মাৰ্বলৰ সংখ্যা কিমান হ'ব বীজগণিতীয় ৰাশিত প্ৰকাশ কৰা।