প্ৰাণায়াম 

প্ৰাণায়াম

প্ৰাণায়াম


ৰামদেৱৰ মুখ নিঃসৃত
সহজ প্ৰাণায়াম আৰু তাৰ সূক্ষ্ম প্ৰয়োগ
সম্পাদনা : তৰুণ গগৈ
যোগাসন, মুদ্রা, আকিউপ্ৰেছাৰ আৰু আয়ুৰ্বেদেৰে ৰোগ নিৰাময়। টিভিত ৰামদেৱৰ্জীৰ অনুষ্ঠান চোৱাৰ সময় সূচী
টিভি চেনেলত চোৱাৰ সময় সূচী
ৰাতিপুৱা ৫-৭ টা
ৰাতি ৮-৩০ পৰা ৯-২০ লৈ
চাহাৰা টিভি চেনেলত – ৰাতিপুৱা ৫ টাৰ পৰা ৭টালৈ
ৰাতিপুৱা ১-৩০ মিনিটৰ পৰা ৰাতি ২ টালৈ
'ইণ্ডিয়া টিভি চেনেলত – ৰাতিপুৱা ৭-৩০ টা ৰাতি ১-৩০ মিনিটৰ পৰা ৰাতি ২ টালৈ
ৰামদেবজীৰ মন্দিৰলৈ যোৱাৰ ব্যাৱস্থাঃ হৰিদ্বাৰ ষ্টেচনৰ পৰা ৰিক্সা লৈ

যাব পাৰে। ষ্টেচনৰ পৰা কৃপালুবাগৰ দূৰত্ব ৬ৰ পৰা ৯কিলোমিটাৰ। অটোত এজনৰ ভাৰা ১০.০০ টকা আৰু ৰিজাৰ্ভ কৰি গ'লে ৬০.০০, ৭০.০০টকা পৰিব। ৰিক্সাত দুজনৰ ভাড়া পৰিব ৩০.০০ বা ৪০.০০ টকা

ক'ৰ পৰা কেনেকৈ যাব হৰিদ্বাৰত বহুত হোটেল আৰু লজ আছে। ইয়াৰ বাহিৰেও পাব ভাৰত
সেৱা আশ্রম সভা।
ঠিকনা
দেওপুৰা পোষ্ট বস্ক ২৩ হৰিদ্বাৰ, পিন ২৪৯৪০১

স্বামীৰামদেবজীৰ আশ্ৰমত বিনা পইচাত চিকিৎসা কৰা হয়। অকল ঔষধৰ পইচা আপুনি দিব লাগিব। ৰাতিপুৱা ৮টাৰ পৰা ৰাতি ৮টালৈ আশ্ৰমৰ দুৱাৰ খোলা থাকে। এনেকুৱাৰিত যোগাযোগ কৰিলে আপুনি কি কৰিব লাগিব তেওঁলোকে আপোনালোকক বুজায় দিব। বেমাৰ যদি ভীষণ ধৰণৰ নহয়, তেনেহ'লে লগে লগে আপুনি ঘূৰি আহিব পাৰিব আশ্ৰমৰ ঠিকনাঃ
দিব্যযোগ মন্দিৰ ট্ৰাষ্ট
কৃপালু বাগ আশ্রম, কনখল, হৰিদ্বাৰ, ২৪৯৪০৮ উত্তৰাঞ্চল। Published : M.S. Yadav, Hardawer Printed at : Delhi Offset, Delhi

Price = 35.00/




ৰামদেৱৰ প্ৰণায়াম কিতাপঃ