UNIT-4 

সামাজিক আৰু অৰ্থনৈতিক ৰূপান্তৰ 

(১৮ শতিকাৰ শেষভাগৰ পৰা ১৯১৪ চনলৈ)

Social and Economic Transformation 

(Late 18th century to c. 1914)

প্রশ্নাৱলী   

অতি চমু প্রশ্ন (Very Brief Questions ) :  

১। ইউৰোপীয় ইতিহাসত ১৮ শতিকাটোক আন কি নামেৰে জনা যায়? 

What is the another name of the 18th century C.E. in European history?

উত্তৰঃ  

২। প্ৰ'লেট'ৰিয়ত শব্দৰ অৰ্থ কি?  

What is the meaning of the word "Proletrariat"?

উত্তৰঃ 

৩। কার্লমার্ক্সৰ মতে ‘প্ৰ’লেট’ৰিয়ত’ শব্দৰ অর্থ কি? 

According to Karl Marx, what is the meaning of the word "Proletrariat"?

উত্তৰঃ  

৪। ১৯ শতিকাত কোনবিধ প্ৰাকৃতিক সম্পদক ইউৰোপত ৰাজনৈতিক, সামাজিক আৰু বৈধানিক ভিত্তি লাভৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছিল?  

Which natural wealth was considered as most essential for political, social and legal base in Europe in the 19th century C.E.?

উত্তৰঃ   

৫। ‘মুক্ত কৃষক’ বুলিলে কি বুজা? 

What is the "Free Peasants"?

উত্তৰঃ  

৬। ১৮ শতিকাৰ উত্তৰ-পশ্চিম ইউৰোপৰ ডেকা-গাভৰুৰ বিবাহৰ বয়স কিমান আছিল?  

What was the ages for marriages of youths of the North Western Europe.

উত্তৰঃ   

৭। ১৮ শতিকাৰ উত্তৰ-পূব আৰু দক্ষিণ ইউৰোপৰ ডেকা-গাভৰুৰ বিবাহৰ বয়স কিমান আছিল ?  

What was the ages for marriages of youths of the North East and South Europe.

উত্তৰঃ  

৮। ১৭ শতিকাৰ ইউৰোপত সন্তান জন্মৰ লগত জড়িত সমস্যাৰ বাবে কিমান  ১৭ জন মহিলাৰ মৃত্যু হৈছিল?

How many women died in Europe due to the childbirth complication in the 17th century.

উত্তৰঃ   

চমু প্রশ্ন (Brief questions ) :  

১। ইউৰোপৰ অভিজাত শ্ৰেণীয়ে কিয় ভূমিৰ ওপৰত মালিকীস্বত্ব বিচাৰিছিল? 

Why the aristoeracy class of Europe wanted ownership on  the land?

উত্তৰঃ 

২। উদ্যোগ বিপ্লৱৰ ফলত উত্থান হোৱা প্ৰধান শ্রেণী দুটাৰ নাম কি?  

brown Name the emerging two main classes as a result of the Industrial revolution.

উত্তৰঃ 

 ৩। ইউৰোপত ট্রেড ইউনিয়ন বা শ্রমিক সংগঠনৰ কেনেদৰে জন্ম হয় ? 

How the 'Trade Union' came to existenced in Europe.

উত্তৰঃ  

৪। জনসংখ্যা বিজ্ঞান কি?  

What is the 'Demography"?

উত্তৰঃ  

৫। আধুনিক ইউৰোপৰ আৰম্ভণিতে মহিলাৰ মৰ্যাদাৰ ক্ষেত্ৰত কি দুটা উল্লেখযোগ্য পৰিৱৰ্তন দেখা গৈছিল?  

What were two major changes seen in the status of the women at the early modern Europe? 

উত্তৰঃ  

৬। কুৰি শতিকাৰ প্ৰথমভাগত কিয় ইউৰোপত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ হ্ৰাস পাইছিল ?  

Why the growth rate of population declined in Europe in the first half of 20th century.

উত্তৰঃ  

৭৷ ইউৰোপীয় নগৰৰ চানেকি মানে কি বুজা?  

What do you mean by the term "European Urban Pattems"?

উত্তৰঃ  

৮৷ মধ্যযুগৰ শেষভাগৰ ইউৰোপৰ দুখন গুৰুত্বপূৰ্ণ চহৰৰ নাম লিখা। 

Write the names of two important cities of late mediaval  Ried Europe.

উত্তৰঃ  

৯। খ্ৰীষ্টান ধর্ম বিশ্বাসমতে মানৱ সমাজৰ প্ৰথম পতি-পত্নী কোন আছিল?

Who was the first couple of mankind, according to the  Christian believes.

উত্তৰঃ  

১০। ইউৰোপত লিংগ সমতাৰ ভাবধাৰা কেনেদৰে উদয় হয় ?

How the concept of gender equality emerged in Europe?

উত্তৰঃ 

১১। উদ্যোগ বিপ্লৱৰ দুটা সুফল উল্লেখ কৰা।  

Mention two merits of the Industrial revolution.

উত্তৰঃ 

১২। উদ্যোগ বিপ্লৱৰ দুটা কুফল উল্লেখ কৰা।  

Mention two demerits of Industrial revolution.

উত্তৰঃ  

চমুটোকা (Shortnotes) : 

১। শ্রমজীৱী দৰিদ্ৰ লোক

The proletrariat 

উত্তৰঃ     

২। উদ্যোগ বিপ্লৱৰ পূৰ্বৰ ইউৰোপৰ কৃষকৰ জীৱনযাত্ৰা  

Life of the peasantly in Europe before the Industrial revolution.

উত্তৰঃ

৩। “ইউৰোপীয় উৰ্বৰ্তা প্রকল্প”ৰ গৱেষণাৰ ফলাফল  

Findings of the "European Fertility project"

উত্তৰঃ  

৪। ১৯ শতিকাৰ ইউৰোপীয় প্ৰব্ৰজন  

European migration in the 19th century

উত্তৰঃ   

৫। উদ্যোগ বিপ্লৱৰ পূৰ্বৰ ইউৰোপৰ পৰিয়াল ব্যৱস্থা 

The family system of Europe before the Industrial revolution

উত্তৰঃ

৬। যৌথ পৰিয়াল ব্যৱস্থাৰ পতন  

Downfall of the Join family system

উত্তৰঃ  

৭। ১৭-১৮ শতিকাৰ ইউৰোপৰ বিবাহ ব্যৱস্থা  

Marriage system of 17th-18th century Europe.

উত্তৰঃ  

ৰচনাধৰ্মী প্রশ্ন (Essay Type Questions) :  

১। ১৭ শতিকাৰ মাজভাগৰ পৰা ইউৰোপত সূচনা হোৱা পৰিৱৰ্তনৰ মূল কাৰণসমূহ আলোচনা কৰা।  

Describe the main causes of the transformation of Europe since the mid 17th century C.E. 

উত্তৰঃ 

২। বুর্জোৱা বা মধ্যবিত্ত মানে কি? বুর্জোৱাসকলৰ উপ-শ্ৰেণীসমূহৰ এক বিৱৰণ দিয়া।  

What is the Bourgeoisie? Give a brief description of sub classes of the Bourgeoisie.

উত্তৰঃ  

৩। ১৭-১৮ শতিকাৰ ইউৰোপীয় জনসংখ্যাৰ জন্ম-মৃত্যু, হ্রাস-বৃদ্ধিৰ সম্পর্কে এটি আলোচনা আগবঢ়োৱা।  

Explain the demographic trend of Europe during the 17th  18th century C.E. 

উত্তৰঃ

৪। ইউৰোপীয় মহিলাসকলৰ পৰিৱৰ্তিত সামাজিক মর্যাদাৰ ওপৰত এখন ৰচনা লিখা।  

Write an essay on the changing social status of the European  Jan women.

উত্তৰঃ 

৫। ইউৰোপত নগৰীকৰণৰ মাত্রা বৃদ্ধি পোৱাৰ কাৰণসমূহ উল্লেখ কৰা।  

Discuss the causes of rising urbanisation in Europe.

উত্তৰঃ 

৬। আধুনিক ইউৰোপৰ প্ৰথমভাগৰ নগৰ-চহৰসমূহৰ প্ৰধান বৈশিষ্ট্যসমূহ  আলোচনা কৰা। 

Discuss the main characteristics of early modern Europe's  cities.

উত্তৰঃ   

৭। ১৭-১৮ শতিকাৰ ইউৰোপীয়াসকলৰ সাংসাৰিক জীৱন সম্পর্কে এক আলোচনা আগবঢ়োৱা।  

Discuss the family life of European during the 17th-18th century C.E.

উত্তৰঃ


Type: Krishna Bora