UNIT-5

বৈচিত্ৰ্যময়ীজাতীয়তাবাদ আৰু ১৯ 

আৰু ২০ শতিকাৰ পুনৰ গঠিত ৰাষ্ট্ৰ

Varieties of Nationalism and the Remaking 

of States in the 19th and 20th Centuries 

প্ৰশ্নাৱলী 

অতি চমু প্ৰশ্ন (very Brief Question)

১। জাতীয়তাবাদ কি?  

What is the Nationalism'?

উত্তৰঃ  

২। গ্ৰীচৰ স্বাধীনতা যুদ্ধত অংশগ্ৰহণ কৰি মৃত্যুবৰণ কৰা ইংৰাজ কবিগৰাকীৰ নাম কোৱা।  

Name the English poet who died participating in the Greek Independence war.

উত্তৰঃ  

৩। ছেইণ্ট ছাইমন কোন?  

Who is Saint Simon?

উত্তৰঃ  

৪। কোন চনত প্ৰথমবাৰৰ বাবে ‘সমাজবাদ’ আৰু ‘সমাজবাদী’ শব্দ দুটাৰ  প্রচলন হয়।  

In which year the two words "Socialism" and "Socialist" were used for the first time?

উত্তৰঃ 

৫।‘আদর্শবাদী সমাজবাদ’ আৰু ‘সমবায় আন্দোলন’ৰ জনক কোন আছিল?  

Who was founder of the "Utopian Socialism" and "Co operative Movement"?

উত্তৰঃ  

৬।  কাক “নৈৰাজ্যবাদৰ পিতৃ” আখ্যা দিয়া হয়? 

Who was called as the 'Father of Anarchism'?

উত্তৰঃ  

৭। বিশ্বৰ প্ৰথমখন সমাজবাদী দেশৰ নাম লিখা।  

Name the first socialist country of the world.

উত্তৰঃ 

৮। দাস প্ৰথাৰ বিৰুদ্ধে কোনজন বৃটিছ আমেৰিকানে আনুষ্ঠানিকভাৱে প্ৰথম প্রতিবাদ কৰিছিল?  

Name the British-American who formally protested against the 'Slave system' for the first time.

উত্তৰঃ  

৯। কোন চনত বৃটেইন আৰু আমেৰিকাই যৌথভাৱে আন্তর্জাতিক দাস  ব্যৱসায় অবৈধ বুলি ঘোষণা কৰিছিল? 

In which year Great Britain and America jointly declared 'International Slave Trade" as illegeal?

উত্তৰঃ  

১০। কুলটুৰকাম্‌ফ কি?  

What is Kulturkamph?

উত্তৰঃ  

১১। কার্লমার্ক্স কোন?  

Who was Karlmarx?

উত্তৰঃ   

১২। ফ্রেডেৰিক এঞ্জেল কোন? 

Who was Frederic Engels?

উত্তৰঃ  

১৩। গ্রেট বৃটেইনত জন্ম হোৱা “সমাজবাদী দল”টোৰ নাম কোৱা। 

Name the 'socialist party', whiched formed in the Great  Britain.

উত্তৰঃ 

১৪। ৰাছিয়াত ‘মার্ক্সীয় তত্ত্ব’ প্ৰৱৰ্তন কৰা সেই দেশৰ বিপ্লৱী তথা দার্শনিক ব্যক্তিগৰাকীৰ নাম লিখা। 

Name the local revolutionary and philosopher who introduced  "Marxist Theory" in Russia. 

উত্তৰঃ 

১৫। কাক জার্মান জাতীয়তাবাদৰ পিতৃ আখ্যা দিয়া হয়? 

Who is called as the father of German nationalism?

উত্তৰঃ  

১৬। কোনে, “ইটালীক দখল কৰা আৰু বৰ্বৰসকলৰ হাতৰ পৰা মুক্ত কৰা”ৰ আহ্বান জনাইছিল? 

Who called "to seize Italy and free her from the barbarians"?

উত্তৰঃ

১৭। “ৰিছ্‌’ৰজিমেণ্টো” মানে কি? 

What do you mean the term, "Risorgimento"?

উত্তৰঃ  

১৮। কোন চনত ইটালীক এখন ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল? 

In which year Italy was declared as a kingdom?

উত্তৰঃ  

১৯। ইটালীৰ একত্ৰীকৰণ কেতিয়া সম্পূর্ণ হয়? 

In which year Italy's unification was completed?

উত্তৰঃ  

২০। কোন চনত আয়াৰলেণ্ডে স্বাধীনতা লাভ কৰে? 

In which year Ireland attained independence?

উত্তৰঃ

২১। কোন চনত এংলো-আইৰিছ চুক্তি সম্পাদিত হৈছিল? 

In which year the Anglo-Irish Treaty was occured?

উত্তৰঃ  

২২। কোন চনত একত্ৰিত ইটালীৰ দ্বিতীয় সম্ৰাটগৰাকীক হত্যা কৰা হৈছিল ? 

In which year 2nd emperor of united Italy was killed?

উত্তৰঃ   

২৩। বিদ্রোহীৰ হাতত মৃত্যু হোৱা একত্ৰিত ইটালীৰ দ্বিতীয়গৰাকী সম্ৰাটৰ নাম কি আছিল? 

Name the second emperor of Italy who was killed by the  rebels.

উত্তৰঃ   

২৪। কোন চনত গ্ৰীচ দেশে স্বাধীনতা লাভ কৰে? 

In which year Greece attained independence?

উত্তৰঃ   

চমু প্রশ্ন (Brief questions ) :  

১। ১৯ শতিকাৰ ইউৰোপত কিয় জাতীয়তাবাদৰ উত্থান হৈছিল?  

Why the 'nationalism' emerged in Europe in the 19th century?

উত্তৰঃ  

২। ৰম্যতাবাদ মানে কি? ইউৰোপৰ কোন দেশত ইয়াক প্রথমে দেখা দিছিল? 

What is the "Romanticism"? Where it emerged first in Europe?

উত্তৰঃ

৩। সমাজবাদীসকলে ইউৰোপবাসীৰ সন্মুখত মূলত কি দুটা ধাৰণা গঢ়ি তোলাৰ চেষ্টা কৰিছিল?  

What were the two basic concepts which was tried by the  socialist to present among the European.

উত্তৰঃ 

৪। ১৯-২০ শতিকাত ইউৰোপত গঢ় লৈ উঠা যিকোনো দুটা জনপ্রিয় আন্দোলনৰ নাম লিখা।   

Name any two popular movements of Europe that emerged during the 19th-20th century.

উত্তৰঃ  

৫। কেতিয়া, ক’ত দাস ব্যৱসায় অৱসান কাৰ্যকৰী কৰা সমাজ গঠন কৰা হয়?  

When and where, "the society for effecting the abolition of the slave trade" was founded?

উত্তৰঃ  

৬। ‘শ্রমিক সংগঠন’ৰ কেনেকৈ জন্ম হয়?  

How the labour organisation came exists.

উত্তৰঃ 

৭। ১৯ শতিকাৰ দুটা সমাজবাদী দলৰ নাম লিখা।   

Write the names of any two socialist parties in the 19th century.

উত্তৰঃ  

৮।  ‘জাতীয় পৰিচয়’ কি?  

What is national identity?

উত্তৰঃ  

৯। ইটালী একত্ৰীকৰণ আন্দোলনৰ দুজন নেতাৰ নাম কোৱা।  

Name any two leaders of Italy unification movement.

উত্তৰঃ 

১০। আয়াৰলেণ্ডৰ স্বাধীনতাৰ হকে সংগ্রাম কৰা দুটা সংগঠনৰ নাম লিখা।  

Name any two organisations who fight for the Ireland's independence.

উত্তৰঃ  

১১। বল্কান অঞ্চলৰ তিনিটা প্রধান শক্তিৰ নাম লিখা। 

Mention the three major powers in the Balkan regions. 

উত্তৰঃ

১২। বিচমার্কে কিয় ‘সংৰক্ষণ নীতি’ গ্ৰহণ কৰিছিল?  

Why Bismark adopted the "Policy of Protection"?

উত্তৰঃ 

১৩। জার্মানীৰ দুখন প্রধান ঔদ্যোগিক অঞ্চলৰ নাম কোৱা।

Mention any two major industrial regions of Germany. 

উত্তৰঃ 

চমু টোকা (Short notes) :  

১। ১৯ শতিকাৰ ইউৰোপৰ বৌদ্ধিক ধাৰা  

Intellectual current of Europe in the 19th century. 

উত্তৰঃ 

২। নাৰীৰ অধিকাৰ আন্দোলন  

Women's Rights Movement

উত্তৰঃ  

৩। বিলুপ্তি ঘটোৱা আন্দোলন 

Abolitionist Movement

উত্তৰঃ  

৪। কুটুকাম্‌ফ  

Kulturkamph

উত্তৰঃ

৫। ১৯ শতিকাৰ শ্রমিক আন্দোলন  

Labour Movement of the 19th century

উত্তৰঃ 

৬।  ইউৰোপত সমাজবাদী আন্দোলন  

The Socialist Movement in Europe

উত্তৰঃ 

৭। একত্ৰিত ইটালীৰ সংবিধান  

The constitution of the united Italy

উত্তৰঃ 

৮। জার্মান ঔপনিৱেশিক নীতি 

German Colonial policy 

উত্তৰঃ 

ৰচনাধৰ্মী প্রশ্ন (Essay type questions ) :  

১। ১৯ শতিকাৰ ইউৰোপত বিকাশ হোৱা “বৌদ্ধিক ধাৰা” ওপৰত এক আলোচনা কৰা।  

Give a description of the "Intellectual current" which developed in Europe in the 19th century.

উত্তৰঃ  

২। ইউৰোপত উত্থান আৰু বিকাশ হোৱা সমাজবাদৰ ইতিহাস লিখা। 

Write the history of socialism in which emerged and developed in Europe.

উত্তৰঃ  

৩। ইটালীয় জাতীয়তাবাদৰ বিষয়ে এখন ৰচনা লিখা। 

Write an essay on the 'Italian Nationalism'.

উত্তৰঃ  

৪। বল্কান জাতীয়তাবাদ আৰু ইয়াৰ ফলাফলৰ ওপৰত এখন ৰচনা লিখা। 

Write an essay on the Balkan nationalism and it's results.

উত্তৰঃ

৫।  জার্মানীৰ একত্ৰীকৰণ, ১৮১৭ চনৰ পিছত অর্থনৈতিক ক্ষেত্ৰত হোৱা উন্নয়নৰ এক বিৱৰণ দিয়া।  

Give a description of the economic development of Germany after unification, 1871. 

উত্তৰঃ 

৬। জার্মান প্ৰশাসনৰ এক বিৱৰণ দিয়া।  Give a description of the German administration. 

উত্তৰঃ


Type: Krishna Bora