অনুশীলনী-1(A)

1) 2,0,4,ৰে লিখিব পৰা আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যা কি?

উত্তৰঃ 2,0,4 ৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্য়াটো হ'ল-

2)1 ৰে আৰম্ভ আৰু  5 ৰে শেষ হোৱা 6 টা অংকযুক্ত আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যা লিখা। 

3.) 2,3 আৰু 4 ৰে গঠন কৰিব পৰা তিনিটা অংক বিশিষ্ট সংখ্যাবোৰ লিখি ঊৰ্ধ্বক্ৰমত সজোৱা। 

4. 5,8,7 আৰু 4ৰে গঠন কৰিব পৰা চাৰিটা অংক বিশিষ্ট সংখ্যাবোৰ লিখি অধঃক্ৰমত সজোৱা। 

6. হিন্দু পদ্ধতিত লিখাঁ 

XC, XL, LX, CCC, MEM, XXVIII, CCXXXIII,