কেউফালে গুজৰি গুমৰি
কেওঁফালে গুজৰি গুমৰি বান
উটুৱাই নিলে গাঁওখন, সুখৰে ঘৰখন
পলকতে উটি গল গুহালিৰে গৰুহাল
পলকত নিয়তিয়ে মোক কৰিলে কঙাল
অ অ অ
উটুৱাই নিলে গাঁওখন, সুখৰে ঘৰখন
কেওঁফালে গুজৰি গুমৰি বান
উটুৱাই নিলে গাঁওখন, সুখৰে ঘৰখন
পলকতে উটি গল গুহালিৰে গৰুহাল
পলকত নিয়তিয়ে মোক কৰিলে কঙাল
নামচাং নৈ নামচাং নৈ নামচাং নৈ
কিয়নো আনিলি মৰনৰে বান
নামচাং নৈ নামচাং নৈ নামচাং নৈ
কিয়নো আনিলি মৰনৰে বান
খেতিদৰা ওভটাই দে ভৰালৰো ধান
খেতিদৰা ওভটাই দে ভৰালৰো ধান
অ অ অ
আছেনে তোৰ গুৰিতে ইয়াৰ সমিধান
কেওঁফালে গুজৰি গুমৰি বান
উটুৱাই নিলে গাঁওখন, সুখৰে ঘৰখন
পলকতে উটি গল গুহালিৰে গৰুহাল
পলকতে উটি গল গুহালিৰে গৰুহাল
বান্ধ ভাঙি খেদি আহে ভদিয়া ধল
জিৰাবৰো নাই যে অকনি ঠল
বান্ধ ভাঙি খেদি আহে ভদিয়া ধল
জিৰাবৰো নাই যে অকনি ঠল
বানে বানে উটি যাই দুবাহুৰ বল
বানে বানে উটি যাই দুবাহুৰ বল
অ অ অ
মৰি মৰি বাচো আমাৰো যে কপাল
কেওঁফালে গুজৰি গুমৰি বান
উটুৱাই নিলে গাঁওখন, সুখৰে ঘৰখন
পলকতে উটি গল গুহালিৰে গৰুহাল
পলকত নিয়তিয়ে মোক কৰিলে কঙাল
অ অ অ
উটুৱাই নিলে গাঁওখন, সুখৰে ঘৰখন
কেওঁফালে গুজৰি গুমৰি বান
উটুৱাই নিলে গাঁওখন, সুখৰে ঘৰখন
পলকতে উটি গল গুহালিৰে গৰুহাল
পলকত নিয়তিয়ে মোক কৰিলে কঙাল
কেওঁফালে গুজৰি.............