আজি তুমি নহ'লে মোৰ মন নভৰে
মোৰ মন নভৰে
সপোনৰে নামানা
গোলাপীয়া ওঁঠৰে
মিঠা মিঠা চুমাৰে
মোৰে দুবাহুতে ৰোৱানা
এতিয়াও মই দুৰণিৰে
সময় হ'লে পাবা নিবিড়
আজি তুমি ...............
আছিলোঁ অকলে
সপোন নিবিড়ে
অচিনাকি নিশাতে
বুকুৰে উমকে
সাজিলো তোমালে
বহু বহু যুগৰে।।
আজি মন কোমল
মেঘৰ দৰে
নিগৰে অশ্ৰু আবেগৰে
আজি তুমি...
এতিয়াও মই দুৰণিৰে
সময় হ'লে পাবা নিবিড়
কোনোবা জনমত
পাহৰা মৰমে
আহিলে ওচৰলে'
বুকুৰে আমঠু
ৰঙালি ৰঙেৰে
মৰমী চাৱনিৰে
আজীৱন তোমাৰ ময়েই অনল
জ্বলি ৰ'ম তোমাৰেই বুকুৰে হৈ
আজি তুমি...।
এতিয়াও মই দুৰণিৰে
সময় হ'লে পাবা নিবিড়ে
আজি তুমি নহ'লে................