জোনাকৰ বৰষুণ


জোনাকৰ বৰষুণ

সৰি সৰি পৰা

মই দেখিছিলো

সৰুতে

সৰুতে দেখিছিলো

এতিয়া নাই

এতিয়া জোনাকো নাই

নাই জোন

নাই পোহৰ

মোৰ

মোৰ পোহৰ

ক'ত জোনাক

ক'ত পোহৰ

ক'ত জোনাকৰ বৰষুণ

জোনাকৰ বৰষুণ

দেখিছানে ক'ৰবাত কেতিয়াবা

শুনিছানে জোনাকে কান্দি থকা

চুই চোৱা নিজৰে বুকুৰে জোনাকী

মিঠা হাঁহি

জোনাকৰ বৰষুণ

দেখিছানে ক'ৰবাত

জোনাকৰ বৰষুণ


জোনাকৰ বৰষুণ

দেখিছানে ক'ৰবাত কেতিয়াবা

শুনিছানে জোনাকে কান্দি থকা

চুই চোৱা নিজৰে বুকুৰে আমঠু

চুই পাবা মোৰ বুকুৰ জোনাকী মিঠা হাঁহি 

জোনাকৰ বৰষুণ

দেখিছানে ক'ৰবাত

শুনিছানে ক'ৰবাত

জোনাকৰ বৰষুণ।◼