অধ্য়ায়-১
১। অষ্টবসু মানে কি?
উত্তৰঃ অষ্টবসু মানে হ'ল 'অষ্ট' মানে আঠ আৰু 'বসু' আধা মানুহ আধা দেৱতা।
২। বশিষ্ঠ ঋষিয়ে অষ্টবসুক কি বুলি অভিশাপ দিছিল?
উত্তৰঃ বশিষ্ঠ ঋষিয়ে অষ্টবসুক শাপ দিছিল যে অষ্টবসুক স্বৰ্গৰ পৰা আহি পৃথিৱীত জন্ম লব লাগিব।
৩। শান্তনু কোন ৰাজ্য়ৰ ৰজা আছিল?
উত্তৰঃ শান্তনু হস্তিনাপুৰ ৰাজ্য়ৰ ৰজা আছিল।
Author- Bikash Bora