অনুশীলনী-১০ (খ)
১। খালী ঠাই পূৰ কৰোঁ আহাঁ
২।
খালী ঠাই পূৰ কৰোঁ আহাঁ
৩। তলৰ প্ৰতিটো ভগ্নাংশৰ তিনিটাকৈ সমমান
ভগ্নাংশ লিখা .
থূপত ভাগ
ওপৰৰ
থূপত কেইটা আছে গণনা কৰা। এই থূপটোৰ আধা সংখ্যক আকৃতিৰ ৰং কৰা । কিমানটাত ৰং কৰিব ?
এইবাৰ
এই থূপটোৰ তিনি ভাগৰ এভাগত ৰং কৰা।
কিমানটাত
ৰং কৰিবা?
এইবাৰ
এই থূপটোৰ ছয় ভাগৰ পাঁচ ভাগত ৰং কৰা।
কিমানটাত
ৰং কৰিবা?
এতিয়া
বুজি লওঁ আহাঁ—
থূপটোত
মুঠতে আছিল = ১৮ টা
আধা
সংখ্যকত ৰং কৰিলে ৯ টাত ৰং কৰা হ'ব।
অৰ্থাৎ
১৮ৰ আধা = ৯
সেইদৰে
১৮ ক তিনি ভাগ কৰি এভাগল’লে ৬ পোৱা যায় ৷
সেইদৰে
১৮ ক ছয় ভাগ কৰিলে প্ৰতিটো ভাগত ৩ টা হ’ব আৰু তাৰে পাঁচ ভাগ হ’লে ১৫ টা হ'ব।
Type Bikash Bora