Chapter 13 

অনুশীলনী-১৩ (ক)

সৰল কৰা :

১। ২৭+২৮-৩২+১৮-২০

২। ২০-২১-৭+১১

৩। ২৭+১৪-৩০-৮+১৭-১৩

৪। ৫০-১৫-৮x২+৩×৭-৫x

৫। ১২÷×৫+৮-১২

৬। ৭×÷7+১৬-১৫÷

৭। ৮×৬ ÷ ১২-১৭-১২+৭x

৮। ১২×÷ ৬-৩x৪+ ১৫÷৫-২+৪

৯। ৪৫ ÷ × ২-৩×১২÷৯+৩×৭-৬x

১০। ৫+২৫÷×৫-৭২÷x৮+৫৪÷×

সমাধান কৰাঃ

১।        এটা শ্ৰেণীত ৬ খন বেঞ্চত প্ৰতিখনত ৪ জনকৈ লৰা আৰু ৬ খন বেঞ্চত প্ৰতিখনত ৩ জনীকৈ ছোৱালী বহে। শ্ৰেণীটোত মুঠ লৰা-ছোৱালী কিমান?

২।        ৰিতুয়ে ১০০ টকা লৈ বজাৰলৈ গল। ২ টকা দামৰ ৫ টকা চকলেট, ৫ টকা দামৰ ৩ টুকুৰা ৰবৰ, ৬ টকা দামৰ ২ ডাল পেঞ্চিল। কিনিলে। বজাৰ কৰাৰ পিছত ৰিতুৰ হাতত কেইটকা থাকিল?



Type Bikash Bora