অধ্য়ায়-১৩

১।    দ্ৰুপদ কোন দেশৰ ৰজা আছিল?

উত্তৰঃ দ্ৰুপদ পাঞ্চাল দেশৰ ৰজা আছিল।

২।    বিদুৰে কাৰ অভিশাপত পৃথিৱীত মানুহ হৈ জন্ম লৈছিল?

উত্তৰঃ বিদুৰে মুনিৰ অভিশাপত পৃথিৱীত মানুহ হৈ জন্ম লৈছিল।

৩।    দ্ৰোণাচাৰ্য কোন ঋষিৰ পুত্ৰ আছিল? তেওঁ কাৰ ওচৰত অস্ত্ৰ শিক্ষা লৈছিল?

উত্তৰঃ দ্ৰোণাচাৰ্য ভৰদ্বাজ ঋষিৰ পুত্ৰ আছিল। জমদগ্নি নামৰ ঋষিৰ এজনৰ পুতেক আছিল পৰশুৰাম। পৰশুৰাম অস্ত্ৰবিদ্য়াত নিপুণ আছিল। পৃথিৱীৰ ভিতৰত কোনো তেওঁৰ সমান অস্ত্ৰ-শস্ত্ৰত পাৰ্গত নাছিল। দ্ৰোণই তেওঁৰ কথা শুনি তেওঁৰ ওচৰলৈ গ'ল আৰু তেওঁৰপৰা বহুত অস্ত্ৰ-শস্ত্ৰ আৰু সেইবিলাক চলোৱাৰ নিয়ম শিকি আহিল। 



Author- Bikash Bora