অধ্য়ায়-১৪ৰ পৰা ১৫লৈ

১।    নিষাদ কাক কয়?

উত্তৰঃ হস্তিনাপুৰৰপৰা কিছু দূৰৰ ওখন অৰণ্য়ত কিছুমান মানুহ আছিল। তেঁওলোকে ধেনু-কাঁড় মাৰি চৰাই-পহু চিকাৰ কৰে আৰু তাকে বেচি ঘৰ চলায়। তেওঁলোকক নিষাদ বুলি কয়।

২।    দ্ৰোণাচাৰ্যই অৰ্জুনৰ অস্ত্ৰ চালনাৰ কুশলতা দেখি অৰ্জুনক কি কৈছিল?

উত্তৰঃ অৰ্জুনৰ অস্ত্ৰ চালনাৰ কুশলতা দেখি দ্ৰোণাচাৰ্যই কলে অৰ্জুন মই যিমান পাৰোঁ তোমাক শিকাম। তুমিও শিকি থাকা। তোমাতকৈ বেছি পাৰ্গত মই কাকো হ'বলৈ নিদিওঁ। 

৩।    একলব্য় কোন আছিল? তেওঁ দ্ৰোণাচাৰ্যক কি গুৰু-দক্ষিণা দিছিল?

উত্তৰঃ নিষাদসকলৰ ৰজা হিৰণ্য়ধনু পুত্ৰ আছিল  একলব্য়। দ্ৰোণাচাৰ্যক একলব্য় সোঁহাতৰ বুঢ়া আঙুলিটো কাটি গুৰু-দক্ষিণা দিছিল।


Author- Bikash Bora