অধ্য়ায়-১৬ ৰ পৰা ১৮ লৈ

১।    দুৰ্যোধনে কৰ্ণক কিয় অংগৰাজ্য়ৰ সিংহাসন দিব লগা হৈছিল?

উত্তৰঃ যেতিয়া কৃপাচাৰ্য়ই কৈছিল যে অৰ্জুনে নীহকুলত ওপজাসকলৰ লগত যুদ্ধ নকৰে । তেতিয়া দুৰ্যোধনে কৈছিল যে তেতিয়াহলে মই কৰ্ণক অংগৰাজ্যৰ সিংহাসন দিলো।

২।    দ্ৰুপদ ৰজাই বহুত যাগ-যজ্ঞ কৰি লাভ কৰা সন্তান দুটিৰ নাম কি আছিল?

উত্তৰঃ দ্ৰুপদ ৰজাই বহুত যাগ-যজ্ঞ কৰি লাভ কৰা সন্তান দুটিৰ নাম হ'ল দ্ৰৌপদী আৰু ধৃষ্টদ্য়ুম্নক।


Author- Bikash Bora