Chapter 16
অনুশীলনী-১৬
১। তলৰ চানেকিবোৰ চাই খালী ঘৰত
অংকন কৰা
২। তলৰ চানেকিবোৰ লক্ষ্য় কৰা আৰু
পিছৰ চানেকিবোৰ অংকন কৰা
৩। তলৰ চানেকিবোৰ লক্ষ্য় কৰা।
খালী ঘৰত পিছৰ চানেকিবোৰ অংকন কৰা
৪। আমি আখৰেও চানেকি সাঁজিব পাৰো। তলত কেইটামান আখৰৰ চানেকি দিয়া হ’ল। চানেকিবোৰ চাই খালী ঠাই পূৰ কৰা।
৫। সংখ্য়াৰ চানেকিবোৰ লক্ষ্য় কৰা।
এই চানেকিবোৰ চাই পিছৰ সংখ্য়াবোৰ লিখা।
৬। ১ ৰ পৰা ৯ লৈ সংখ্য়াবোৰ ব্য়ৱহাৰ কৰি তলৰ যাদু বৰ্গটো সজা হৈছে।
এই
নিয়মত তলৰ যাদু বৰ্গকেইটা সম্পূৰ্ণ কৰা। মনত ৰাখিবা সংখ্য়াবোৰ ১ ৰ পৰা ৯ লৈহে ল’ব পাৰিবা। প্ৰতিটো সংখ্য়া এবাৰহে ল’ব পাৰিবা। প্ৰতিটো শাৰীত থকা সংখ্য়াকেইটাৰ যোগফল =
১৫ প্ৰতিটো স্তম্ভত থকা সংখ্য়া কেইটাৰ যোগফল = ১৫।
৭। তলৰ সংখ্য়াৰ যাদু ত্ৰিভুজ চানেকিটো
চোৱা।
ইয়াত ১ ৰ পৰা ৬ লৈ সংখ্য়াবোৰ এবাৰকৈ ব্য়ৱহাৰ কৰা হৈছে। প্ৰতিটো সংখ্য়াকেইটাৰ যোগফল ১০।
তোমালোকে ১ ৰ পৰা ৬ লৈ সংখ্য়াবোৰ
এবাৰকৈ ব্য়ৱহাৰ কৰি তলৰ যাদু ত্ৰিভুজটো সংখ্য়া বহুওৱা যাতে প্ৰতিটো বাহুত থকা
সংখ্য়া কেইটাৰ যোগফল ৯ হ’ব।
৮। যোগৰ চানেকিটো লক্ষ্য় কৰা।
খালী ঠাই পূৰ কৰা
মন কৰিবা যে যোগফলটো
প্ৰতিবাৰতে ৩ কৈ বাঢ়ি গৈছে।
৯। চানেকি চাই ৯ ৰ পূৰণ নেওঁতাখন
লিখা।
ক) ৯
১২=১০৮ ১+০+৮=৯
৯
১৩=১১৭ ১+১+৭=৯
৯
১৪=১২৬ ১+২+৬=৯
৯
১৫=
৯
১৬=
৯
১৭=
৯
১৮=
৯
১৯=
৯
২০=
খ) ৯
২১=১৮৯
৯
২২=১৯৮
৯
২৩=
৯
২৪=
৯
২৫=
৯
২৬=
৯
২৭=
৯
২৮=
৯
২৯=
৯
৩০=
১০।
চানেকিটো সম্পূৰ্ণ কৰা
০
৯+১=১
১
৯+২=১১
১২
৯+৩=১১১
১২৩
৯+৪=১১১১
১২৩৪
৯+৫=
১২৩৪৫
৯+৬=
১২৩৪৫৬
৯+৭=
১১।
চানেকিটো সম্পূৰ্ণ কৰা
২২
৯=১৯৮
২২২
৯=১৯৯৮
২২২২
৯=১৯৯৯৮
২২২২২
৯=
২২২২২২
৯=
২২২২২২২
৯=
২২২২২২২২
৯=
১২।
চানেকিটো সম্পূৰ্ণ কৰা
৩৭
৩=১১১
৩৭
৬=২২২
৩৭
৯=
৩৭
১২=
৩৭
১৫=
৩৭
১৮=
৩৭
২১=
৩৭
২৪=
৩৭
২৭=৯৯৯
Type Bikash Bora