অধ্য়ায়-২ৰ পৰা ৬লৈ

১।    শান্তনুৰ পাছত কোন হস্তিনাপুৰৰ ৰজা হৈছিল?

উত্তৰঃ চিত্ৰাংগদ ৰজা হৈছিল। 


২।    ভীষ্মক আন কি নামেৰে জনা যায়?

উত্তৰঃ ভীষ্মৰ আন এটি নাম হ'ল দেৱব্ৰতে। 


৩।    ধৃতৰাষ্ট্ৰ আৰু পাণ্ডুৰ পুত্ৰসকলক কি কি নামেৰে জনা যায়?

উত্তৰঃ ধৃতৰাষ্ট্ৰ পুত্ৰসকলক কৌৰৱ নামেৰে জনা যায় আৰু পাণ্ডুৰ পুত্ৰসকলক পঞ্চপাণ্ডৱ নামেৰে জনা যায়।


Author- Bikash Bora