অধ্য়ায়-২১ ৰ পৰা ২২ লৈ 

১।    ভীম আৰু হিড়িম্বাৰ ৰাক্ষস পুত্ৰজনৰ নাম কি?

উত্তৰঃ ভীম আৰু হিড়িমবাৰ ৰাসক্ষ পুত্ৰজনৰ নাম হ'ল ঘটোৎকচ।

২।    পঞ্চ পাণ্ডৱে ব্ৰহ্মণৰ বেশ লৈ কোনখন নগৰত আশ্ৰয় লৈ আছিল?

উত্তৰঃ পঞ্চ পাণ্ডৱে ব্ৰহ্মণৰ বেশ লৈ একচক্ৰ নামৰ এখন নগৰত আশ্ৰয় লৈ আছিল।

৩।    হিড়িম্ব নামৰ অসুৰটো দেখিবলৈ কেনেকুৱা আছিল বৰ্ণনা দিয়া।

উত্তৰঃ হিড়িম্ব নামৰ অসুৰটো দেখিবলৈ ভয় লগা আছিল মূৰ্তি। মুখখন প্ৰকাণ্ড ডাঙৰ। মুখৰ ভিতৰত দীঘল দীঘল দাঁত। চকু দুটা অমৰাগুটীয়া, কাণ দুখন ওপৰফালে জোঙা, মস্ত ডাঙৰ। সি মানুহৰ মঙহ খাই জীয়াই থাকে।

৪।    ব্ৰাহ্মণৰ ঘৰত কিয় কন্দা-কটা হৈছিল?

উত্তৰঃ ব্ৰাহ্মণৰ ঘৰত কন্দা-কটা হৈছিল কাৰণ বকনামৰ ৰাক্ষসটোৰ আহাৰহোৱা পাল ব্ৰাহ্মণঘৰ আছিল কাক পঠিয়াব তাকে ভাবী কন্দা-কটা হৈছিল। 

৫।    ভীমে বক ৰাক্ষসক কেনেদৰে বধ কৰিলে?

উত্তৰঃ ভীমে বক ৰাক্ষসক থেকেচি থেকেচি টেঁটু চেপি মাৰি পেলালে। 



Author- Bikash Bora