অধ্য়য়-৩

অসমীয়া ভাষাৰ ৰূপতত্ত্ব

১। পৃথিৱীৰ প্ৰচলিত সকলো ভাষাতে সীমিত সংখ্য়ক ধ্বনি উচ্চাৰিত বা কি হয়?

উত্তৰঃ ব্য়ৱহাৰ হয়। 

২। অসমীয়া ভাষাত মূলৰূপৰ মাজত কি ৰূপ ব্য়ৱহাৰ  হোৱা দেখা নাযায়?

উত্তৰঃ বদ্ধৰূপ হোৱা দেখা নাযায়। 

৩। প্ৰাকৃতি বৰ্ণ বা বিশিষ্ট কি গঠিত?

উত্তৰঃ ধ্বনিৰ গঠিত। 

৪। ভাষাৰ বিশিষ্ট ধ্বনিৰ দৰেই প্ৰাকৃতি এটা কি?

উত্তৰঃ গোট।

৫। প্ৰাকৃতিবোৰ ভাষাত বাৰে বাৰে কি হোৱা গোট হ'ব লাগিব?

উত্তৰঃ ব্য়ৱহাৰ হোৱা গোট হ'ব লাগিব। 

৬। প্ৰাকৃতিৰ লগত কি একাকৰ কৰিব নোৱাৰি?

উত্তৰঃ শব্দক একাকৰ কৰিব নোৱাৰি। 

৭। প্ৰাকৃতি আৰু উপাকৃতি কি কৰিব পাৰি?

উত্তৰঃ নিৰ্ণয় কৰিব পাৰি। 

৮। শূন্য় প্ৰাকৃতি কি পোৱা নাযায়?

উত্তৰঃ দেখা পোৱা নাযায়। 

৯। প্ৰাকৃতি যোগ হোৱাত ইয়াৰ কি প্ৰকাশ পাইছে?

উত্তৰঃ অৰ্থ প্ৰকাশ পাইছে। 

১০। মানুহ মূল শব্দটোৰ মাজত কি বহিব পৰা নাই? 

উত্তৰঃ সৰ্গবোৰ বহিব পৰা নাই। 

১১। গুণগতভাৱে সৰ্গক কেটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ দুটা ভাগত ভাগ কৰিব পাৰি। 

১২। সাধন কৰা সৰ্গবোৰক অন্তসৰ্গ বা পৰসৰ্গ বা কি সৰ্গ বোলে?

উত্তৰঃ অনুসৰ্গ বোলে। 

১৩। অসমীয়া ভাষাত কি সৰ্গ নাই?

উত্তৰঃ মধ্য় সৰ্গ নাই। 

১৪। বহুবচনাচত্মক মান্য়াৰ্থৰ 'বিলাক' প্ৰত্য়য় কি কৰা নহয়?

উত্তৰঃ যোগ কৰা নহয়। 

১৫। ক্ৰিয়া বা কামটো সম্পন্ন কৰা হয় তাকে কি কাৰক বোলে?

উত্তৰঃ কৰণ কাৰক বোলে। 

১৬। বহুবচনত নিৰ্দিষ্টভাৱে কি লগ লাগে?

উত্তৰঃ বিভক্তি লগ লাগে। 

১৭। অন্য় কোনো গোটৰ লগত ধ্বনিগত আৰু কি গত সাদৃশ্য় নাথাকে?

উত্তৰঃ অৰ্থগত সাদৃশ্য় নাথাকে। 

১৮। বিজ্ঞানীসকলে অধ্য়য়ন কৰা ভাষাৰ এটা কি?

উত্তৰঃ স্তৰ। 

১৯। শব্দ গঠন প্ৰক্ৰিয়া সম্পৰ্কে অধ্য়য়ন কৰা বিষয়েই কি?

উত্তৰঃ ৰূপতত্ত্ব। 

২০। ধ্বনিবোৰৰ সংযোগ ঘটাই এটা অৰ্থবহ কি সৃষ্টি কৰা হয়?

উত্তৰঃ ৰূপ সৃষ্টি কৰা হয়।  



Type Bikash Bora 



Post ID : DABP004060