২। হৰণফল উলিওৱা
৩। চুটি নিয়মেৰে হৰণ
কৰা
৪। ভাগফল আৰু
ভাগশেষ লিখা
৫। এটা হৰণ অংকৰ ভাজক
২৪, ভাগফল ১৮ আৰু ভাগশেষ ১৩। ভাজ্য নির্ণয় কৰা ।
৬। এটা হৰণ অংকৰ ভাজক
৩৮, ভাগফল ৪২ আৰু ভাগশেষ ২০। ভাজ্য নিৰ্ণয় কৰা ।
৭। এটা হৰণ অংকৰ ভাগফল ৪২, ভাজ্য ১৫৬৯ আৰু
ভাগশেষ ১৫। তেন্তে ভাজক নিৰ্ণয় কৰা ৷
৮। এটা হৰণ অংকৰ ভাজ্য
৮৩৫, ভাগফল ৭৫ আৰু ভাগশেষ ১০। ভাজক নিৰ্ণয় কৰা ।
৯। এটা হৰণ অংকৰ
ভাজ্য ৩৬৯, ভাজক ১৩ আৰু ভাগশেষ ৫। ভাগফল নির্ণয়
কৰা ৷
১০। ৩০৮ক ১৪ ৰেহৰণ কৰা। হৰণফল
শুদ্ধ নে ভুল পৰীক্ষা কৰা ।
Type Bikash Bora
(Moringa Assam)
Post ID : DABP004112