পাঠ ৭

মৰুভূমি আৰু ইয়াৰ বাসিন্দা

    👉Free Online Exam Click Here

    👉MCQ Answer

১। মৰুভূমি কেনেকুৱা এলেকা?

উত্তৰঃ মৰুভূমি হ'ল বালিময় বহল এলেকা।

২। দিনৰ ভাগত কেনেকুৱা হয়?

উত্তৰঃ দিনৰ ভাগত অত্যন্ত হয়।

৩। ধূলিৰ ধুমুহাই মাজে মাজে কি তৈয়াৰ কৰে?

উত্তৰঃ বালি পাহাৰ তৈয়াৰ কৰে।

৪। মৰুভূমিৰ মানুহে উটবোৰক কি হিচাপে ব্যৱহাৰ কৰে?

উত্তৰঃ মৰুভূমিৰ মানুহে উটবোৰক বাহন হিচাপে ব্যৱহাৰ কৰে।

৫। ভাৰতবৰ্ষত থকা মৰুভূমিখনৰ নাম কি?

উত্তৰঃ ভাৰতবৰ্ষত থকা মৰুভূমিখনৰ নাম- থৰ মৰুভূমি।

৬। থৰ মৰুভূমি কোন ৰাজ্যত অৱস্থিত?

উত্তৰঃ থৰ মৰুভূমি ৰাজস্থান ৰাজ্যত অৱস্থিত।

৭। পৃথিৱীৰ বিখ্য়াত মৰুভূমি দুখনৰ নাম লিখা।

উত্তৰঃ পৃথিৱীৰ বিখ্য়াত মৰুভূমি দুখনৰ হ'ল-চাহাৰা আৰু গোবি।

৮। থৰ মৰুভূমিয়ে কোন ৰাজ্যৰ বহু ঠাই আগুৰি আছে।

উত্তৰঃ ৰাজস্থান ৰাজ্যৰ বহু ঠাই আগুৰি আছে।

৯। মৰুভূমিৰ কোনটো পানীয়ে এবাৰ পানী খালে কেইবাদিনো নোখোৱাকৈ থাকিব পাৰে।

উত্তৰঃ উটে।

১০। মৰুভূমিত কিমান প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী পোৱা যায়।

উত্তৰঃ বহুত প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী পোৱা যায়।




Type-Bhabesh Bora.




Post ID : DABP004164