অধ্য়য়-৭ৰ পৰা ৯ লৈ

১।    কুন্তী কাৰ কন্য়া আছিল?

উত্তৰঃ দ্বাৰকাৰ শ্ৰীকৃষ্ণৰ ওজন ককাক আছিল কুন্তীভোজ ৰজা। তেওঁৰ ৰাণী আছিল পৃথা। তেওঁলোকৰে ছোৱালী আছিল কুন্তী।  


২।    ভীষ্মক বধ কৰিবলৈ কোনে কাক তপস্য়া কৰিছিল?

উত্তৰঃ ভীষ্মক বধ কৰিবলৈ পৰশুৰামে মহাদেৱক তপস্য়া কৰিছিল।


৩।    কৰ্ণক কোনে তুলি-তালি ডাঙৰ-দীঘল কৰিছিল?

উত্তৰঃ অধিৰথ নামৰ এজন মানুহে আৰু ৰাধাৰ নামৰ মানুহ এজনিয়ে কৰ্ণক তুলি-তালি ডাঙৰ-দীঘল কৰিছিল।  


 Author- Bikash Bora