অনুশীলনী ৯


১) কি সংখ্যাটোক ১২ৰে পূৰণ কৰি পূৰণফলৰ লগত ৪ যোগ দিলে ১০০ হ'ব

উত্তৰঃ.............

২) এনে এটা সংখ্যা যাক ১১ৰে পূৰণ কৰি পূৰণ ফলৰ লগত ২ যোগ দিলে সংখ্যাটো ৯০ হ'ব

উত্তৰঃ.............

৩) দুটা একে সংখ্যাৰ পূৰণফলৰ লগত ১ যোগ দিলে ৫০ হ'ব সংখ্যা দুটা কি কি?

উত্তৰঃ.............

৪) কি সংখ্যটোক ৬ৰে পূৰণ কৰি পূৰণফলৰ লগত ৪ যোগ দিলে ৬০ হ'ব?

উত্তৰঃ.............

৫) এটা যুগ্ম সংখ্যাৰ পৰা ৮ বিয়োগ কৰি ৫ৰে হৰণ কৰিলে ভাগফল ৮ হ'ব। সংখ্যাটো কি?

উত্তৰঃ.............

৬) কি দুটা সম যুগ্ম সংখ্যাক পুৰণ কৰিলে পূৰণপল ১০০ হ'ব?

উত্তৰঃ.............

৭) দুটা সংখ্যাৰ পূৰণফল ১০৮। যদি ইয়াৰে এটা সংখ্যা ৯ হয় তেতিয়া আনটো সংখ্যা কি?

উত্তৰঃ.............

৮) কি যুগ্ম সংখ্যাক ২, ৩ আৰু ৫ ৰে হৰণ কৰিলে ভাগশেষ নাথাকে? 

উত্তৰঃ.............

৯) কি সংখ্যাৰ পৰা ৩ বিয়োগ কৰিলে ১২ ৰে কৰিলে হৰণফল ৬ হ'ব?

উত্তৰঃ.............

১০) কি সংখ্যাক ৪ ৰে পূৰণ কৰি পূৰণপলৰ পৰা ৪ বিয়ো কৰিলে ৮০ হ'ব?

উত্তৰঃ.............






Type: Priyam Jyoti Patar