অনুশীলনী ৮


১) ১০x....... = ১০০

২) .......x১৫ = ৯০

৩) ৮০ ÷ ........ = ১৬

৪) ...... ÷ ১৩ = ১৫

৫) (৮x৫) ÷ ...... = ৮

৬) ২৫x...... = ৬২৫

৭) ৩২৪x২৫ = ৮১০০ হ'লে

৮১০০ ÷ ২৫ = ........

৮১০০ ÷ ৩২৪ = .......

৮) দুটা সংখ্যাৰ পূৰণফল ২১, তাৰে এটা সংখ্যা ৭ হ'লে আনটো সংখ্যা কিমান?

উত্তৰঃ..............

৯) কোন সংখ্যাক ১৬ ৰে পূৰণ কৰিলে পূৰণফল ১৪৪ পোৱা যাব?

উত্তৰঃ..............

১০) তিনিটা সংখ্যাৰ পূৰণফল ১২২৫, সংখ্যা দুটা যথাক্ৰমে ৭ আৰু ৫ হ'লে আনটো সংখ্যা কিমান?

উত্তৰঃ..............

১১) কোন সংখ্যাক ৯ ৰে হৰণ কৰিলে হৰণফল ৩০ পোৱা যাব?

উত্তৰঃ..............

১২) দুটা সংখ্যাৰ গুণফল ৪৫০০, সিহঁতৰ গুণ্য ৪৫ হ'লে গুণক কিমান?

উত্তৰঃ..............




Type: Priyam Jyoti Patar