ষষ্ঠ অধ্যায়ঃ
বৰ্গ আৰু বৰ্গমূল
অনুশীলনীঃ 6.2
1. তলৰ সংখ্যাবিলাকৰ বৰ্গ উলিওৱা।
i) 35 ii) 55 iii( 95
উত্তৰঃ i) 35= 352 = 35x35 = 1225
ii) 55= 552 = 55x55= 3025
iii) 95= 952 = 95x95 = 9025
2. তিনিটা পাইথাগোৰীয় ত্ৰিতয় উল্লেখ কৰা।
উত্তৰঃ কৰ্ণ2= লম্ব2+ভূমি2
কৰ্ণ2= 32+42
=9+16
=25
কৰ্ণ2= √25
=5
6,8,10
36+64=102
=100
3. এটা পাইথাগোৰীয় ত্ৰিতয় নিৰ্ণয় কৰা যাৰ আটাইতকৈ সৰু পদটো 10
উত্তৰঃ 2P=10 =P2-1 =P2+1
P=10/2 =52-1 = 52+1
P=5 =25-1 =25+1
=24 =26
গতিকে নিৰ্ণেয় ত্ৰিতয় তিনিটা হ'ল- 10, 24, 26
Author-DIKHA BORA