বৰ্গ আৰু বৰ্গমূল 

অনুশীলনীঃ  6.4

বৰ্গ আৰু বৰ্গমূল

1. বৰ্গমূল নিৰ্ণয় নকৰাকৈ তলৰ সংখ্যাবোৰৰ বৰ্গমূলত কেইটা অংক থাকিব নিৰ্ণয় কৰা।

i)100                       ii) 21904                      iii) 17850625

i) 100 বৰ্গ মূলৰ অংক 2টা।

ii) 21904 বৰ্গমূলৰ অংক 3 টা।

iii) 17850625 বৰ্গমূলৰ অংক 4 টা।


2. হৰণ পদ্ধতিৰে তলত দিয়া প্ৰতিটো সংখ্যাৰে বৰ্গমূল নিৰ্ণয় কৰা।

i) 676                                              

  

ii)841



iii) 1156



iv) 2025


v) 2704




vi) 4489



vii) 8100


viii) 14641



ix) 15129



x) 21904



3. তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল উলিওৱা।

i) 51.84



ii) 79.21




iii) 98.01



iv) 1.44



v)6.25



vi) 973.44



4. এখন আয়তাকৃতিৰ পথাৰৰ দীঘ 35 মিটাৰ আৰু প্ৰস্থ 12 মিটাৰ। ইয়াৰ কৰ্ণডালৰ দীঘ কিমান হ'ব?

Solution : আয়তাকৃতি পথাৰখনৰ দীঘ = 35 মিটাৰ

                   আয়তাকৃতি পথাৰখনৰ প্ৰস্থ = 12

                        পাইথাগোৰীয় সূত্ৰ মতে, = 


                                                                         

কৰ্ণডালৰ দীঘ = 37 মিটাৰ


5. এখন বিদ্যালয়ত 1089 জন ছাত্ৰ-ছাত্ৰী আছে। বিদ্যালয়ৰ বাৰ্ষিক খেল ধেমালিৰ প্ৰথম দিনা পতাকা উত্তোলনৰ সময়ত তেওঁলোকক এমেকৈ থিয় হ'বলৈ কোৱা হ'ল যে শাৰীৰ সংখ্যা যিমান হয়, শাৰীত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও একে হয় (অৰ্থাৎ শাৰী আৰু স্তম্ভৰ সংখ্যা সমান ) । এই ছাত্ৰ-ছাত্ৰীবিসাকেৰে কিমানটা শাৰী পোৱা যাব?


Solution :   মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা = 1089

                         শাৰী আৰু স্তম্ভ সমান

                            শাৰীৰ সংখ্যা= 


                                              = 33 শাৰী

                   

                                




6. এটা পূৰ্ণবৰ্গ পাবলৈ তলৰ সংখ্যাবোৰৰ প্ৰতিটোৰ লগত যোগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো কি নিৰ্ণয় কৰা।

i) 1220


1220 ৰ লগত 5 যোগ কৰিলে পূৰ্ণ বৰ্গ হ'ব।

ii) 1750


1750ৰ লগত 14 যোগ কৰিলে পূৰ্ণ বৰ্গ হ'ব।

iii) 5451



5451 ৰ লগত 25 যোগ কৰিলে পূৰ্ণ বৰ্গ হ'ব।

iv) 1015


1015 ৰ লগত 9 যোগ কৰিলে পূৰ্ণ বৰ্গ হ'ব।


7. এটা পূৰ্ণ বৰ্গ সংখ্যা পাবলৈ তলৰ প্ৰতিটো সংখ্যাৰ পৰা বিয়োগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো কি নিৰ্ণয় কৰা। এই ধৰণেৰে পোৱা পূৰ্ণ বৰ্গ সংখ্যাৰ বৰ্গ মূল নিৰ্ণয় কৰা।

i) 825

825 ৰ পৰা 41 বিয়োগ কৰিলে বৰ্গ সংখ্যা হ'ব।

ii) 1450 


1450 ৰ পৰা 6 বিয়োগ কৰিলে বৰ্গ সংখ্যা হ'ব।

iii) 3250

3250 ৰ পৰা 1 বিয়োগ কৰিলে বৰ্গ সংখ্যা হ'ব।

iv) 6262


6262 ৰ  পৰা 21 বিয়োগ কৰিলে পূৰণ বৰ্গ সংখ্যা হ'ব।


8. 4612 ৰ আটাইতকৈ ওচৰত থকা পূৰ্ণ বৰ্গ সংখ্যাটো কি?



67 বৰ্গ কৰিলে পাওঁ 4489

আৰু 68 বৰ্গ কৰিলে পাওঁ 4624

গতিকে 4624 হৈছে 4612 ৰ আটাইতকৈ ওচৰত থকা পূৰ্ণ বৰ্গ সংখ্যা


9. তলৰ প্ৰতিটোৰ 5 টাকৈ উদাহৰণ দিয়া-

i) বৰ্গ সংখ্যা যাৰ এককৰ ঘৰত 4 আছে।


ii) বৰ্গ সংখ্যা যাৰ এককৰ ঘৰত 9 আছে।


iii) বৰ্গ সংখ্যা যাৰ এককৰ ঘৰত 0 আছে।



DIKHA BORA