বৰ্গ আৰু বৰ্গমূল
অনুশীলনীঃ 6.4
বৰ্গ আৰু বৰ্গমূল
1. বৰ্গমূল নিৰ্ণয় নকৰাকৈ তলৰ সংখ্যাবোৰৰ বৰ্গমূলত কেইটা অংক থাকিব নিৰ্ণয় কৰা।
i)100 ii) 21904 iii) 17850625
i) 100 বৰ্গ মূলৰ অংক 2টা।
ii) 21904 বৰ্গমূলৰ অংক 3 টা।
iii) 17850625 বৰ্গমূলৰ অংক 4 টা।
2. হৰণ পদ্ধতিৰে তলত দিয়া প্ৰতিটো সংখ্যাৰে বৰ্গমূল নিৰ্ণয় কৰা।
i) 676
ii)841
iii) 1156
iv) 2025
v) 2704
vi) 4489
vii) 8100
viii) 14641
ix) 15129
x) 21904
3. তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল উলিওৱা।
i) 51.84
ii) 79.21
iii) 98.01
iv) 1.44
v)6.25
vi) 973.44
4. এখন আয়তাকৃতিৰ পথাৰৰ দীঘ 35 মিটাৰ আৰু প্ৰস্থ 12 মিটাৰ। ইয়াৰ কৰ্ণডালৰ দীঘ কিমান হ'ব?
Solution : আয়তাকৃতি পথাৰখনৰ দীঘ = 35 মিটাৰ
আয়তাকৃতি পথাৰখনৰ প্ৰস্থ = 12
পাইথাগোৰীয় সূত্ৰ মতে, =
কৰ্ণডালৰ দীঘ = 37 মিটাৰ
5. এখন বিদ্যালয়ত 1089 জন ছাত্ৰ-ছাত্ৰী আছে। বিদ্যালয়ৰ বাৰ্ষিক খেল ধেমালিৰ প্ৰথম দিনা পতাকা উত্তোলনৰ সময়ত তেওঁলোকক এমেকৈ থিয় হ'বলৈ কোৱা হ'ল যে শাৰীৰ সংখ্যা যিমান হয়, শাৰীত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও একে হয় (অৰ্থাৎ শাৰী আৰু স্তম্ভৰ সংখ্যা সমান ) । এই ছাত্ৰ-ছাত্ৰীবিসাকেৰে কিমানটা শাৰী পোৱা যাব?
Solution : মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা = 1089
শাৰী আৰু স্তম্ভ সমান
শাৰীৰ সংখ্যা=
= 33 শাৰী
6. এটা পূৰ্ণবৰ্গ পাবলৈ তলৰ সংখ্যাবোৰৰ প্ৰতিটোৰ লগত যোগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো কি নিৰ্ণয় কৰা।
i) 1220
1220 ৰ লগত 5 যোগ কৰিলে পূৰ্ণ বৰ্গ হ'ব।
ii) 1750
1750ৰ লগত 14 যোগ কৰিলে পূৰ্ণ বৰ্গ হ'ব।
iii) 5451
5451 ৰ লগত 25 যোগ কৰিলে পূৰ্ণ বৰ্গ হ'ব।
iv) 1015
1015 ৰ লগত 9 যোগ কৰিলে পূৰ্ণ বৰ্গ হ'ব।
7. এটা পূৰ্ণ বৰ্গ সংখ্যা পাবলৈ তলৰ প্ৰতিটো সংখ্যাৰ পৰা বিয়োগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো কি নিৰ্ণয় কৰা। এই ধৰণেৰে পোৱা পূৰ্ণ বৰ্গ সংখ্যাৰ বৰ্গ মূল নিৰ্ণয় কৰা।
i) 825
825 ৰ পৰা 41 বিয়োগ কৰিলে বৰ্গ সংখ্যা হ'ব।ii) 1450
1450 ৰ পৰা 6 বিয়োগ কৰিলে বৰ্গ সংখ্যা হ'ব।
iii) 32503250 ৰ পৰা 1 বিয়োগ কৰিলে বৰ্গ সংখ্যা হ'ব।iv) 6262
8. 4612 ৰ আটাইতকৈ ওচৰত থকা পূৰ্ণ বৰ্গ সংখ্যাটো কি?
67 বৰ্গ কৰিলে পাওঁ 4489
আৰু 68 বৰ্গ কৰিলে পাওঁ 4624
গতিকে 4624 হৈছে 4612 ৰ আটাইতকৈ ওচৰত থকা পূৰ্ণ বৰ্গ সংখ্যা
9. তলৰ প্ৰতিটোৰ 5 টাকৈ উদাহৰণ দিয়া-
i) বৰ্গ সংখ্যা যাৰ এককৰ ঘৰত 4 আছে।
ii) বৰ্গ সংখ্যা যাৰ এককৰ ঘৰত 9 আছে।
iii) বৰ্গ সংখ্যা যাৰ এককৰ ঘৰত 0 আছে।
DIKHA BORA
0 Comments