গোটা আকৃতিৰ দৃশ্যায়ন
অনুশীলনী- 10.2
1. এটা বহুফলকৰ শীৰ্ষবিন্দু আৰু তলৰ সংখ্যা ক্ৰমে 12 আৰু 20 হ'লে কাষৰ সংখ্যা কিমান হ'ব?
Solution:
2. এটা বহুফলকৰ কাষ আৰু শীৰ্ষবিন্দু সংখ্যা ক্ৰমে 12 আৰু 6 হ'লে তলৰ সংখ্যা নিৰ্ণয় কৰা।
Solution:
3. তলত দিয়া বহুফলক দুটাৰ বাবে অয়লাৰৰ সূত্ৰ পৰীক্ষা কৰা।
a) Solution: ত্ৰিভূডাকৃতি ভূমিৰ পিৰামিড
ইয়াত-তলৰ সংখ্যা (F) = 4
শীৰ্ষবিন্দুৰ সংখ্যা (V)= 4
কাষৰ সংখ্যা (E)=6
অয়লাৰৰ সূত্ৰমতে, F+V-E=2
F+V-E
=4+4-6
=8-6
=2
F+V-E=2
b) বৰ্গাকৃতি ভূমিৰ প্ৰিজম।
ইয়াত- তলৰ সংখ্যা (F)=6
শীৰ্ষবিন্দুৰ সংখ্যা (V)=8
কাষৰ সংখ্যা(E)=12
এতিয়া অয়লাৰৰ সূত্ৰমতে,
F+V-E=2
F+V-E
= 6+8-12
= 14-12
=2
DIKHA BORA
0 Comments