11.3

পৰিমিতি


1. এটা আয়তীয় ঘনক আকৃতিৰ পাত্ৰত 105 লিটাৰ পানী ধৰে। যদি পাত্ৰটোৰ ভিতৰ ফালৰ ভূমি তলৰ মাপ 15 মিটাৰ X 3.5 মিটাৰ তেন্তে পাত্ৰটোৰ উচ্চতা কিমান?

Solution:   



2. এটা 12 চে মি দৈৰ্ঘ্যৰ বাহুৰ ধাতুৰ ঘনক গলাই তিনিটা সৰু সৰু ঘনক তৈয়াৰ কৰা হ'ল। ইয়াৰে দুটা ঘনকৰ বাহুৰ দৈৰ্ঘ্য ক্ৰমে 6 চে মি আৰু 8 চে মি হ'লে তৃতীয় ঘনকটোৰ বাহুৰ দীঘ উলিওৱা।

Solution:




3. এটা আয়তীয় ঘনকৰ ভূমিৰ কালি 180 বৰ্গ চে মি আৰু আয়তন 900 ঘন চে মি হ'লে উচ্চতা নিৰ্ণয় কৰা।

Solution: 


4. 60 চে মি X 54 চে মি X30 চে মি মাপৰ এটা খোলা আয়তীয় ঘনকত 6 চে মি বাহুৰ কিমানটা ঘনক ভৰাব পৰা যাব?

Solution: 


5. 6 মিটাৰ ব্যাস আৰু 21 মিটাৰ গভীৰতাৰ গাঁত এটা খান্দিলে কিমান ঘন মিটাৰ মাটি ওলাব?

Solution:



6. এটা আয়তীয় ঘনক আকৃতিৰ টেংকীত প্ৰতি মিনিটত 40 লিটাৰকৈ পানী ভৰোৱা হৈছে। যদি টেংকীটোৰ আয়তন 54 ঘন মিটাৰ হয় তেন্তে খালী টেংকীটো কিমান ঘন্টাত পূৰ্ণ হ'ব?

Solution:



7. 2200 ঘন চে মি ধাতুৰ টুকুৰা এটা গলাই 0.5 চে মি ব্যাসৰ এডাল সূষম তাঁৰ তৈয়াৰ কৰা হ'ল। এই ধাতুৰ তাঁৰডালৰ দৈৰ্ঘ্য কিমান?

Solution:



8. এটা আয়তীয় ঘনকৰ আয়তন 440 ঘন চে মি আৰু ইয়াৰ ভূমি তলৰ কালি 88 বৰ্গ চে মি হ'লে উচ্চতা উলিওৱা।

Solution:



9. এটা আয়তীয় ঘনকৰ আয়তন 168 ঘন মিটাৰ আৰু ভূমি পৃষ্ঠৰ কালি 2800 বৰ্গ চে মি হ'লে উচ্চতা নিৰ্ণয় কৰা।

Solution:



10. এটা আয়ত আকৃতিৰ চৌবাচ্চাৰ ভিতৰৰ দীঘ 6 মিটাৰ, প্ৰস্থ 2 মিটাৰ আৰু উচ্চতা 1 মিটাৰ হ'লে চৌবাচ্চাটোত কিমান লিটাৰ পানী ধৰিব?

Solution:



11. এটা চুঙাৰ ভূমিতলৰ পৰিসীমা 132 চে মি আৰু উচ্চতা 25 চে মি হ'লে চুঙাটোৰ আয়তন কিমান হ'ব?

Solution:




12. দুটা সমআয়তনৰ চুঙাৰ উচ্চতাৰ অনুপাত 1:4 হ'লে ইয়াৰ ব্যাসাৰ্ধৰ অনুপাত কিমান?

Solution:


13. এটা আয়তীয় ঘনক আকৃতিৰ পানীৰ চেংকীৰ ভিতৰৰ মাপ 4:2 মিটাৰ X 300 চে মি X 1.8 মিটাৰ হ'লে টেংকীটোৰ ধাৰণ ক্ষমতা লিটাৰত প্ৰকাশ কৰা।

Solution:




14. এটা গোটা চুঙাকৃতি খুঁটৈৰ মুঠ পৃষ্ঠকালি 924 বৰ্গ চে মি । খুঁটাটোৰ বক্ৰপৃষ্ঠৰ কালি মুঠ পৃষ্ঠকালি দুই তৃতীয়াংশ হ'লে খুঁটাটোৰ ব্যাসাৰ্ধ আৰু আয়তন উলিওৱা।

Solution:

 


DIKHA BORA