5.3

তথ্যৰ ব্যৱহাৰ

1. আকস্মিক বক্তৃতাৰ প্ৰতিযোগীৰ বাবে বিচাৰকে কাগজৰ টুকুৰা কিছুমানত বিষয়সমূহ লিখি প্ৰতিযোগীয়ে নেদেখাকৈ এখন থালত ৰাখি থলে। বিষয়সমূহক A,B,C আৰু D ৰে চিহ্নিত কৰিলে এজন প্ৰতিযোগীয়ে বাচনি কৰিব পৰা ফলসমূহ কি হ'ব যদি

i) তেওঁক যিকোনো এটা টুকুৰা বাছিবলৈ দিয়া হয়।

Solution : a, b, c আৰুd, যিকোনো এটা হ'ব পাৰে।

ii) তেওঁক যিকোনো দুটা টুকুৰা বাছিবলৈ দিয়া হয়।

Solution : a, আৰু b, a আৰু c, a আৰু d, b আৰু c, cআৰু d, b আৰু d,


2. দুটা নিখুঁত মুদ্ৰা একেলগে টছ কৰিলে প্ৰাপ্ত হ'ব পৰা আটাইবোৰ ফল বাছি উলিওৱা।

Solution : (TH) (H.T)  (T. T)   (H.H)


3. ৰং পেঞ্চিলৰ বাকচ এটাত থকা পেঞ্চিলবোৰৰ ভিতৰত 4 ডাল বেঙুনীয়া, 3ডাল নীলা আৰু 5 ডাল ৰঙা ৰঙৰ। সানমিহলি হৈ থকা পেঞ্চিলবোৰৰ যিকোনো এডাল পেঞ্চিল পচন্দ কৰিলে ই i) বেঙুনীয়া,  ii) নীলা হোৱা সুযোগ কিমান?

Solution: বেঙুনীয়া = 4 ডাল, নীলা= 3 ডাল, ৰঙা =5 ডাল।

i) বেঙুনীয়া পোৱাৰ সম্ভাৱিতা = 






ii) নীলা হোৱাৰ সুযোগ-



4. লুডুগুটি এটা টছ কৰা পৰীক্ষাৰ সৈতে জড়িত ঘটনা কেইটামান তলত দিয়া হৈছে। সংশ্লিষ্ট ফলৰ সহায়ত ঘটনাবোৰ প্ৰকাশ কৰা-

i) বৰ্গ সংখ্যা প্ৰাপ্ত হোৱা ঘটনা,

Solution- 1,আৰু 3

ii) 1 তকৈ ডাঙৰ অযুগ্ম সংখ্যা প্ৰাপ্ত হোৱা ঘটনা,

Solution- 3, আৰু 5

iii) 6 তকৈ ডাঙৰ যুগ্ম সংখ্যা প্ৰাপ্ত হোৱা ঘটনা

Solution- 6 তকৈ ডাঙৰ যুগ্ম সংখ্যা লুডুগুটিত পোৱা নাযায়।

iv) মৌলিক সংখ্যা প্ৰাপ্ত হোৱা ঘটনা,

Solution- 2, 3, আৰু 5

v) অযুগ্ম মৌলিক সংখ্যা প্ৰাপ্ত হোৱা ঘটনা,

3, আৰু 5

vi) যুগ্ম মৌলিক সংখ্যা প্ৰাপ্ত হোৱা ঘটনা,

Solution- 2


5.  এখন মোনাত 15টা ৰঙা 10 টা নীলা আৰু 5 টা হালধীয়া মাৰ্বল সানমিহলি কৰি থোৱা আছে। মোনাখনৰ পৰা যিকোনো এটা মাৰ্বল বাছনি কৰিলে প্ৰাপ্ত মাৰ্বলটো i) ৰঙা ii) নীলা iii) নীলা বা হালধীয়া হোৱাৰ সম্ভাৱিতা কিমান?


Solution- i) ৰঙা পোৱাৰ সম্ভাৱিতা- 



ii) নীলা পোৱাৰ সম্ভাৱিতা- 


iii) হালধীয়া পোৱাৰ সম্ভাৱিতা-


iv) নীলা বা হালধীয়া পোৱাৰ সম্ভাৱিতা-

Author-DIKHA BORA




Post ID : DABP004095