7.1
ঘন আৰু ঘনমূল
1. তলৰ কোনকেইটা সংখ্যা পূৰ্ণ ঘন সংখ্যা নিৰ্ণয় কৰা।
(a) 500
500 সংখ্যাটো পূৰ্ণ ঘন নহয়।
(b) 1331
1331 সংখ্যাটো পূৰ্ণ ঘন হয়।
(c) 2025
2025 সংখ্যাটো পূৰ্ণ ঘন সংখ্যা নহয়।
(d) 6859
(e) 2376
2376 সংখ্যাটো পূৰ্ণ ঘন সংখ্যা নহয়।
(f) 8000
8000 সংখ্যা টো পূৰ্ণ ঘন হয়।
2. এটা ঘন সংখ্যা পাবলৈ আটাইতকৈ সৰু ৰি সংখ্যাৰে তলৰ সংখ্যাবোৰক পূৰণ কৰিব লাগিব?
(a) 675
675 ক 5 ৰে পূৰণ কৰিলে পূৰ্ণ ঘন সংখ্যা হব।
b) 256
256 ক লগত 2 পূৰণ কৰিলে পূৰণ ঘন সংখ্যা হব।
c) 100
5x2= 10
100 ক 10 ৰে পূৰণ কৰিলে পূৰ্ণ ঘন সংখ্যা হব।
d) 72
72 ক 3 ৰে পূৰণ কৰিলে পূৰ্ণ ঘন সংখ্যা হব।
3. এটা ঘন সংখ্যা পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাবোৰক হৰণ কৰিব লাগিব?
a) 2401
2401ক 7 ৰে হৰণ কৰিলে পূৰ্ণ ঘন সংখ্যা হব।
b) 8192
8192 ক 2 ৰে হৰণ কৰিলে পূৰ্ণ ঘন সংখ্যা হব।
c) 6561
6561ক 9 ৰে হৰণ কৰিলে পূৰ্ণ ঘন সংখ্যা হব।
e) 100,000
100,000 ক 100 ৰে হৰণ কৰিলে পূৰ্ণ ঘন সংখ্যা হব।
4. আটাইতকৈ কি সৰু সংখ্যাৰে তলৰ সংখ্যাবোৰক পূৰণ অথবা হৰণ কৰিলে এটা ঘন সংখ্যা পাম?
a) 250
250 ক 2 ৰে পূৰণ কৰিলে ঘন সংখ্যা পোৱা যাব।
b) 675
675 ক 5 ৰে পূৰণ কৰিলে ঘন সংখ্যা পোৱা যাব।c) 1372
1372 ক 2 ৰে পূৰণ কৰিলে ঘন সংখ্যা পোৱা যাব।
d) 3000
3000 ক 3 ৰে হৰণ কৰিলে ঘন সংখ্যা পোৱা যাব।
e) 153664
153664 ক 7 ৰে হৰণ কৰিলে ঘন সংখ্যা পোৱা যাব।Author-DIKHA BORA
0 Comments