7.1

ঘন আৰু ঘনমূল

1. তলৰ কোনকেইটা সংখ্যা পূৰ্ণ ঘন সংখ্যা নিৰ্ণয় কৰা।

(a) 500

500 সংখ্যাটো পূৰ্ণ ঘন নহয়। 


(b) 1331




1331 সংখ্যাটো পূৰ্ণ ঘন হয়।


(c) 2025


2025 সংখ্যাটো পূৰ্ণ ঘন সংখ্যা নহয়।


(d) 6859





(e) 2376

2376 সংখ্যাটো পূৰ্ণ ঘন সংখ্যা নহয়।

(f) 8000


8000 সংখ্যা টো পূৰ্ণ ঘন হয়। 


2. এটা ঘন সংখ্যা পাবলৈ আটাইতকৈ সৰু ৰি সংখ্যাৰে তলৰ সংখ্যাবোৰক পূৰণ কৰিব লাগিব?

(a) 675


675 ক 5 ৰে পূৰণ কৰিলে পূৰ্ণ ঘন সংখ্যা হব।


b) 256


256 ক লগত 2 পূৰণ কৰিলে পূৰণ ঘন সংখ্যা হব।


c) 100

5x2= 10

100 ক 10 ৰে পূৰণ কৰিলে পূৰ্ণ ঘন সংখ্যা হব।


d) 72


72 ক 3 ৰে পূৰণ কৰিলে পূৰ্ণ ঘন সংখ্যা হব।


3. এটা ঘন সংখ্যা পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাবোৰক হৰণ কৰিব লাগিব?

a) 2401


2401ক 7 ৰে হৰণ কৰিলে পূৰ্ণ ঘন সংখ্যা হব।


b) 8192


8192 ক 2 ৰে হৰণ কৰিলে পূৰ্ণ ঘন সংখ্যা হব।

c) 6561



6561ক 9 ৰে হৰণ কৰিলে পূৰ্ণ ঘন সংখ্যা হব।


e) 100,000



100,000 ক 100 ৰে হৰণ কৰিলে পূৰ্ণ ঘন সংখ্যা হব।


4. আটাইতকৈ কি সৰু সংখ্যাৰে তলৰ সংখ্যাবোৰক পূৰণ অথবা হৰণ কৰিলে এটা ঘন সংখ্যা পাম?

a) 250

250 ক 2 ৰে পূৰণ কৰিলে ঘন সংখ্যা পোৱা যাব।
 

b) 675

675 ক 5 ৰে পূৰণ কৰিলে ঘন সংখ্যা পোৱা যাব।



c) 1372


1372 ক 2 ৰে পূৰণ কৰিলে ঘন সংখ্যা পোৱা যাব।


d) 3000



3000 ক 3 ৰে হৰণ কৰিলে ঘন সংখ্যা পোৱা যাব।


e) 153664

153664 ক 7 ৰে হৰণ কৰিলে ঘন সংখ্যা পোৱা যাব। 



Author-DIKHA BORA