8.2
পৰিমাণৰ তুলনা
1. এটা ৰেডিঅ'ৰ ছপামূল্য 2055 টকা। 3%ৰেহাই দি ৰেডিঅ'টো বিক্ৰী কৰিলে। ৰেডিঅ'টোৰ বেচাদাম কিমান?
Solution: 100 টকাত ৰেহাই দিলে =3টকা
1 টকাত ৰেহাই দিলে = 3/100
2055 টকাত ৰেহাই দিলে =
ৰেডিঅ'টোৰ বেচাদাম = (2055.00-61.65) = 1993. 35 টকা।
2. সুমনে এখন গণিতৰ কিতাপত 10% ৰেহাই পোৱাৰ পাছত 190 টকাত কিতাপখন কিনিলে। কিতাপখনৰ ছপামূল্য কিমান আছিল?'
Solution: 90 টকাত কিনিলে ছপামূল্য = 100 টকা
1 টকাত কিনিলে ছপামূল্য =
190 টকাত কিনিলে ছপামূল্য = 1900/9
= 211 টকা
3. ছপামূল্য 700 টকাৰ বস্তু এটা ৰমেনে 630 টকাত কিনি আনিলে তেওঁ কিমান শতংশ ৰেহাই পালে?
Solution: ছপামূল্য = 700 টকা
কিনাদাম = 630 টকা
ৰেহাই = 700-630
= 70 টকা
শতকৰা ৰেহাই =
4. এযোৰ ছোফাছেটৰ ছপামূল্য 30,000 টকা। নতুন বছৰৰ আৰম্ভণিৰ বাবে দোকানীয়ে ছোফাছেটযোৰ 25,000 টকাত বিক্ৰী কৰিলে তেওঁ কিমান শতাংশ ৰেহাই দিলে?
Solution: ছপামূল্য = 30,000 টকা
কিনাদাম = 25,000 টকা
ৰেহাই = 30,000-25000
= 5000 টকা
শতকৰা ৰেহাই =
5.10% ৰেহাই দিয়াৰ পিছত দোকানীয়ে এখন ফেন 1260 টকাত বিক্ৰী কৰিলে। ফেন খনৰ ছপামূল্য কিমান আছিল নিৰ্ণয় কৰা।
Solution: 10% ৰেহাই দিলে ফেনখনৰ বিক্ৰী দাম = 100-10
= 90 টকা
90 টকাত বেছিলে ফেনখনৰ ছপামূল্য = 100 টকা
1 টকাত বেছিলে ফেনখনৰ ছপামূল্য =
1260 টকাত বেছিলে ছপামূল্য় =
6. এটা ঘড়ীৰ ছপামূল্য 1150 টকা। পূজা উপলক্ষে কিমান শতাংশ ৰেহাই দিলে ঘড়ীটো দোকানীজনে 1000 টকাত বিক্ৰী কৰিব?
Solution: ছপামূল্য = 1150 টকা
বেছিলে = 1000 টকা
ৰেহাই = 1150-1000
= 150 টকা
শতকৰা ৰেহাই =
7. কাপোৰৰ দোকানী এজনে '10% ৰেহাই' বিজ্ঞাপন এখন দি সেই মতে কাপোৰ বিক্ৰী কৰিব ধৰিলে। এজন গ্ৰাহকে 6050 টকা মূল্যৰ এযোৰ ছুট, 575 টকা মূল্যৰ এটা কামিজ আৰু 875 টকা মূল্যৰ এখন শাৰী কিনিলে। গ্ৰাহকজনে মুঠতে কিমান টকাৰ ৰেহাই পালে?
Solution: এযোৰ ছুটত ৰেহাই পালে =
কামিজত ৰেহাই পালে =
শাৰীত ৰেহাই পালে =
মুঠ ৰেহাই = 605+57.50+ 87.50টকা
= 750.00 টকা
8. 200 টকা মূল্যৰ কিতাপ এখন 175 টকাত বেচিলে খুচুৰা বাট্টাৰ হাৰ নিৰ্ণয় কৰা।
Solution: ছপামূল্য = 200 টকা
বেছিলে = 175 টকা
ৰেহাই = 200-175
= 25 টকা
শতকৰা ৰেহাই =
9. এখন ফাৰ্ণিছাৰৰ দোকানৰ পৰা গ্ৰাহক 2750 টকাত এখন মেজ কিনি 8 1/2% হাৰত ৰেহাই পায়। দোকানীয়ে প্ৰথমতে মেজখনৰ দাম কিমান কৰিছিল?
Solution: 8 1/3 ৰেহাই হ'লে মেজখনৰ কিনাদাম = 100-8 1/3
= 100-25/3
= 300-25/3
= 275/3
275/3 টকাত কিনিলে মেজখনৰ ছপামূল্য=100 টকা
1 টকাত কিনিলে মেজখনৰ ছপামূল্য় = 75/3
2750 টকাত কিনিলে মেজখনৰ ছপামূল্য় = 100x
= 3000 টকা।
10. এজন দোকানীয়ে 600 টকা ছপামূল্যৰ কামিজ এটাত প্ৰথমে 30% ৰেহাই দিয়াৰ পিছত পুনৰ 20% ৰেহাই দিলে। দোকানীজনে কামিজটো কিমান টকাত বিক্ৰী কৰিব আৰু মুঠ শতকৰা ৰেহাই কিমান দিলে?
Solution: কামিজটোৰ ছপামূল্য = 600 টকা
প্ৰথমে ৰেহাই= ছপামূল্য়ৰ 30%
= 600 টকাৰ 30%
= (600x30/100) = 180 টকা
30% ৰেহাই দিলে কামিজটোৰ বিক্ৰীমূল্য = ছপামূল্য - ৰেহাই
= (600-180)
= 420 টকা
অতিৰিক্ত ৰেহাই = 30% ৰেহাই দিয়া বিক্ৰীমূল্য 20%
= 420 টকাৰ 20%
= (420x 20x 1/100) টকা
=84 টকা
নিৰ্ণেয় বিক্ৰীমূল্য = (420-84) টকা
= 336 টকা
আৰু মুঠ ৰেহাই = (180+84) টকা
= 264 টকা
11. কমলে এখন গাড়ী 4,00,000 টটকাত কিনি মেৰামতিৰ বাবদ 10,000 টকা খৰচ কৰিলে আৰু সি সুৰেশক 10% লাভত গাড়ীখন বিক্ৰী কৰিলে। সুৰেশে আকৌ পিছত গাড়ীখন 5% লাভত দীপকক বিক্ৰী কৰিলে। দীপকে গাড়ীখন কিমান টকাত কিনিলে?
Solution: গাড়ীখনৰ ক্ৰয়মূল্য = 4,00,000 টকা
মেৰামতিৰ বাবদ = 10, 000 টকা
গাড়ীখনৰ প্ৰকৃত ক্ৰয়মূল্য = 4,10,000 টকা
লাভ= প্ৰকৃত ক্ৰয়মূল্যৰ 10%
= 4,10,000 টকা 10%
=(4,10,000 x 10 x 1/100) টকা
= 41,000 টকা
কমলে গাড়ীখন সুৰেশক দিয়া মূল্য (4,10,000+ 41,000) টকা
= 4,51,000টকা
আকৌ, লাভ = (5/100 x 4,51,000) টকা
= 22,550 টকা
দীপকে গাড়ীখন (4,10,000+ 41,000+22,550) টকা
= 4,73,550 টকাত কিনিছিল।
12. এজন দোকানীয়ে এটা ৰেডিঅ' মানুহ এজনৰ পৰা 800 টকাত কিনিলে। তেওঁ মেৰামতিৰ বাবদ 200 টকা খৰচ কৰিলে আৰু ৰেডিঅ'টো আন এজনক 1300 টকাত বিক্ৰী কৰিলে । তেওঁৰ শতকৰা লাভ কিমান হ'ল?
Solution: ৰেডিঅ'টোৰ ক্ৰয়মূল্য়=(800+200) টকা
= 1000 টকা
বিক্ৰীমূল্য= 1300টকা
লাভ = (1300-1000) টকা = 300টকা
শতকৰা লাভ = 300x100/1000%
= 30%
13. মিগমে 1200 টকাৰে এটা ইস্ত্ৰি কিনিলে। যাতায়তৰ বাবদ তেওঁৰ 40 টকা খৰচ হ'ল। তেওঁ কিমান টকাত ইস্ত্ৰিটো বিক্ৰী কৰিলে লাভ 25% হ'ব?
Solution: ইস্ত্ৰিটোৰ ক্ৰয়মূল্য = (1200+40) টকা
=1240 টকা
ধৰা হ'ল ক্ৰয়মূল্য = 100টকা
বিক্ৰীমূল্য = 125টকা
ক্ৰয়মূল্য় 100 টকা হ'লে বিক্ৰীমূল্য = 125 টকা
ক্ৰয়মূল্য় 1 টকা হ'লে বিক্ৰীমূল্য = 125/100 টকা
ক্ৰয়মূল্য 1240 টকা হ'লে বিক্ৰীমূল্য = (125x1240/100) টকা
= 1550 টকা
Author-DIKHA BORA
Post ID :DABP003768