8.4
1. 300 টকাৰ 3% হাৰে 2 বছৰৰ
Solution: P= 300 টকা
R= 3%
T= 2 বছৰ
A=?
CI= ?
2. 4,000 টকাৰ 2% হাৰে 3 বছৰৰ।
Solution: P= 4,000
R= 2%
T=3বছৰ
A=?
CI=?
3. 10,000 টকাৰ 4% হাৰে 2বছৰৰ।
Solution: P= 10,000টকা
R=4%
T=2বছৰ
A=?
CI=
4. 7,000 টকাৰ 3% হাৰে 3 বছৰৰ।
Solution: P= 7,000
R= 3%
T=3 বছৰ
A=?
CI= ?
5. 1,500 টকাৰ 10% হাৰে 2 বছৰৰ।
Solution: P= 1,500
R= 10%
T=2 বছৰ
A=?
CI=?
6. 900 টকাৰ 5% হাৰে 3 বছৰৰ।
Solution: P= 900
R= 5%
T= 3 বছৰ
A=?
CI=?
7. 1000 টকাৰ বছৰি 4% সুতৰ হাৰত 9 মাহৰ মিশ্ৰসুত সূত্ৰ প্ৰয়োগ কৰি নিৰ্ণয় কৰা, যদি প্ৰতি 3 মাহৰ মূৰে মূৰে সুত গণনা কৰা।
Solution: P=1000
R= 4%
T= 3বাৰ (প্ৰতি ছয় মাহৰ মূৰে মূৰে)
A=?
CI=?
8. প্ৰতি 6 মাহৰ মূৰে মূৰে সুত গণনা কৰিলে 2000 টকাৰ 1 1/2 বছৰত 4% বছৰি সুতৰ হাৰত মিশ্ৰসুত নিৰ্ণয় কৰা।
Solution: P=2000
R=4%
T=3বাৰ (প্ৰতি ছমাহৰ মূৰে মূৰে)
A= ?
CI= ?
9. মিশ্ৰসুতত কি মূলধনৰ ওপৰত 4% বছৰি সুতৰ হাৰত 2 বছৰত সুতমূল 4500 টকা হ'বগৈ।
Solution: P=?
A= 4500
R=4%
T= 2 বছৰ
10. মিশ্ৰ সুতত শতকৰা বছৰি কি হাৰে 576 টকা 2 বছৰৰ মূৰত 625 টকা হ'ব?
Solution: P= 576
R=?
T= 2 বছৰ
A= 625
11.মিশ্ৰসুতত শতকৰা বছৰি কি হাৰে 3 বছৰৰ মূৰত 64 টকা, 125 টকা হ'ব নিৰ্ণয় কৰা।
Solution: P= 64
R= ?
T= 3 বছৰ
A= 125
12. 500 টকাৰ শতকৰা বছৰি 10 টকা হাৰে 2 বছৰৰ মূৰত মিশৰসুত আৰু সৰল সুতৰ পাৰ্থক্য নিৰ্ণয় কৰা।
Solution: P= 500
R= 10%
T=2
A= ?
CI=A-P
I= ?
13. কিমান টকাৰ 2 বছৰত 4% হাৰে চক্ৰবৃদ্ধি আৰু সৰল সুতৰ অন্তত 1 টকা হ'ব নিৰ্ণয় কৰা।
Solution:
Author-DIKHA BORA