পাঠ ১
অখণ্ড সংখ্য়া
অনুশীলনী 1(B)


1. তলৰ চৰ্ত সিদ্ধ হোৱাকৈ অখণ্ড সংখ্য়া a আৰু b নিৰ্ণয় কৰা যাতে 一
(i) a + b ধনাত্মক
উত্তৰঃ a = 1 আৰু b = 2

(ii) a + b ঋণাত্মক
উত্তৰঃ a = -5 আৰু b = 1

(iii) a + b = 0
উত্তৰঃ a = 1 আৰু b = -1

(iv) a ≠ b আৰু a + b = 0
উত্তৰঃ a = 2 আৰু b = -2
(v) 
(vi) a ধনাত্মক, b ঋণাত্মক a - b ঋণাত্মক
(vii) a ধনাত্মক, b ঋণাত্মক আৰু a + b ঋণাত্মক
উত্তৰঃ a = 2 আৰু b = -3
(viii) a ধনাত্মক, b ঋণাত্মক আৰু a + b = 1
উত্তৰঃ a = 3 আৰু b = -2
(ix) a ঋণাত্মক, b ধনাত্মক আৰু a + b ধনাত্মক
উত্তৰঃ a = -1 আৰু b = 3
(x) a ঋণাত্মক, b ধনাত্মক আৰু a + b ঋণাত্মক
উত্তৰঃ a = - 3 আৰু b = 2

(xi) a ঋণাত্মক, b ধনাত্মক আৰু a - b ঋণাত্মক
উত্তৰঃ a = - 3 আৰু b = 1


2. সত্য় নে অসত্য় লিখা (ইয়াত a, b, c অখণ্ড সংখ্য়া)
(i) যদি a - b ধনাত্মক তেন্তে a > b
উত্তৰঃ সত্য
(ii) যদি a - b ঋণাত্মক তেন্তে a > b
উত্তৰঃ অসত্য
(iii) যদি a > b তেন্তে a + c > b + c
উত্তৰঃ সত্য
(iv) যদি a ধনাত্মক তেন্তে a > 0
উত্তৰঃ সত্য়
(v) যদি a ঋণাত্মক তেন্তে a < 0
উত্তৰঃ সত্য়
(vi) যদি a < b তেন্তে a - c < b - c
উত্তৰঃ সত্য়


3. a, b, c অখণ্ড সংখ্য়া বুলি লৈ তলৰ খালী ঠাইবিলাক পূৰ কৰাঃ
(i) যদি a > b  তেন্তে |a - b| = a - b
(ii) যদি a < b তেন্তে |a - b| = b - a
(iii) যদি a > 2, b > 3, আৰু c > 0 তেন্তে
|a - 2| + |b - 3| + |c| = a - 2 + b + 3 + c
(iv) a < 0, b < 0, c < 0 তেন্তে 
|a| + |b| + |c| = a + b + c
(v) যদি a আৰু b দুয়োটাই ঋণাত্মক তেন্তে সিহঁতৰ যোগফল সদায় ঋণাত্মক।


4. খালী ঠাই পূৰ্ণ কৰা 一
(i) (-18) + (-6) = (-6) + (-18)
(ii) [(5) + (-8)] + 9 = 5 + [(-8) + 9]
(iii) 0 + (-29) = -29 = (-29) + 0
(iv) x + 8 = 0 হ'লে x = -8
(v) -21 + (-4) = -25


5. শুদ্ধনে অশুদ্ধ উল্লেখ কৰা (ইয়াত a, b, c আদি যিকোনো অখণ্ড সংখ্য়া)
(i)  a - b = b - a
উত্তৰঃ শুদ্ধ
(ii) a - b - c = (a - b) -c
উত্তৰঃ শুদ্ধ
(iii) a - b - c = a - (b - c )
উত্তৰঃ শুদ্ধ
(iv) a < b তেন্তে a - b ঋণাত্মক
উত্তৰঃ শুদ্ধ
(v) |a + b| ≥ |a| + |b|
উত্তৰঃ অশুদ্ধ


6. সত্য়তা নিৰূপণ কৰা (a, b, c আদি অখণ্ড সংখ্যা)
(i) |a| = |-a| 
উত্তৰঃ সত্য়
(ii) |a| < a
উত্তৰঃ অশুদ্ধ
(iii) |a| ≥ a 
উত্তৰঃ শুদ্ধ
(iv) |a - b| ≤ |a| - |b|
উত্তৰঃ অশুদ্ধ




Post ID : DABP004138