পাঠ ১০
বৃত্ত
অনুশীলনী 10.3



1. ধৰা হ'ল তোমালোকক এটা বৃত্ত দিয়া আছে। বৃত্তটোৰ কেন্দ্ৰ নিৰ্ণয় কৰিবলৈ অংকন প্ৰণালী দিয়া।
উত্তৰঃ
(i) যিকোনো এটা বৃত্তৰ ওপৰত P, Q আৰু R তিনিটা বিন্দু লোৱা হ'ল।
(ii) PQ আৰু QR সংযোগ কৰা হ'ল।
(iii) PQ আৰু QR ৰ লম্ব সমদ্বিখণ্ডকে পৰস্পৰ O বিন্দুত কটাকটি কৰিছে।
(iv) O য়ে হৈছে বৃত্তটোৰ কেন্দ্ৰ।


2. যদি দুটা বৃত্তই দুটা বিন্দুট কটাকটি কৰে, প্ৰমাণ কৰা যে সিহঁতৰ কেন্দ্ৰ সাধাৰণ জ্য়াৰ লম্বসমদ্বিখণ্ডকৰ ওপৰত অৱস্থিত।





















Post ID : DABP005109