পাঠ ১১

পৰিমিতি

অনুশীলনী 11(B)


1. তলত দিয়া প্ৰতিটো সামন্তৰিকৰ কালি উলিওৱা।













উত্তৰঃ 

(a) সামন্তৰিকটোৰ উচ্চতা 4.5 চেমি আৰু ভূমি 6 চেমি

∴ সামন্তৰিকটোৰ কালি = 4.5 চেমি x 6 চেমি

= 27 বৰ্গ চেমি


(b) সামন্তৰিকটোৰ উচ্চতা 4 চেমি আৰু ভূমি 7 চেমি

∴ সামন্তৰিকটোৰ কালি = 4 চেমি x 7 চেমি

= 28 বৰ্গ চেমি


(c) সামন্তৰিকটোৰ উচ্চতা 4.2 চেমি আৰু ভূমি 5 চেমি

∴ সামন্তৰিকটোৰ কালি = 4.2 চেমি x 5 চেমি

= 21 বৰ্গ চেমি


(d) সামন্তৰিকটোৰ উচ্চতা 3 চেমি আৰু ভূমি 5 চেমি

∴ সামন্তৰিকটোৰ কালি = 3 চেমি x 5 চেমি

= 15 বৰ্গ চেমি



2. খালী ঠাই পূৰ কৰাঃ

ক্ৰমিক নং

ভূমি (b)

উচ্চতা (h)

কালি (A)

পৰিসীমা

a

15 চেমি

7 চেমি

105 বৰ্গ চেমি

44 চেমি

b

9.2 চেমি

7.3 চেমি

67.16 বৰ্গ চেমি

33 চে মি

c

5.5 চেমি

6.5 চেমি

35.75 বৰ্গ চেমি

24 চেমি

d

5.3 মি

6 মি

31.8 বৰ্গ মি

22.6 মি

e

75 চেমি

1.5 মি

112.5 বৰ্গ চেমি

153 চেমি




3. এটা সামন্তৰিকৰ ওচৰা-ওচৰি বাহু দুটাৰ জোখ 12 চেমি আৰু 9 চেমি। দীঘল বাহু দুটাৰ মাজৰ দূৰত্ব 6 চেমি। সামন্তৰিকটোৰ কালি নিৰ্ণয় কৰা। চুটী বাহু দুটাৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা।




















উত্তৰঃ 
দিয়া আছে; 
সামন্তৰিকটোৰ বাহু দুটা AB = DC = 12 চেমি আৰু AD= BC = 9 চেমি
A বিন্দুৰ পৰা DC ৰ M লৈ এডাল ৰেখা টনা হ’ল যাতে  AM⊥DC
আৰু C বিন্দুৰ পৰা AD ৰ N লৈ এডাল ৰেখা টনা হ’ল যাতে CN⊥AD
∴ সামন্তৰিকটোৰ উচ্চতা AM = 6 চেমি
∴সামন্তৰিকটোৰ কালি =DC ×AM 
=12 চেমি ×6 চেমি 
=72 বৰ্গ চেমি 
∵DC ×AM=AD ×CN 
∴72 বৰ্গ চেমি=9 চেমি ×CN 
⇒ CN = 72 বৰ্গ চেমি ÷9 চেমি
⇒ CN = 8 চেমি
∴সামন্তৰিকটোৰ চুটী বাহু দুটা AD আৰু BC ৰ দূৰত্ব=8 চেমি 


4. এটা সামন্তৰিকৰ ভূমি উচ্চতাৰ অনুপাত 5:3। সামন্তৰিকটোৰ কালি 135 বৰ্গ চেমি। সামন্তৰিকটোৰ পৰিসীমা নিৰ্ণয় কৰা।






















5. PQRS সামন্তৰিকৰ QL⊥PS আৰু QM⊥SR

SR = 9 cm

QR = 6 cm

QL = 8 cm

QM = ?
















6. ABCD সামন্তৰিকৰ AE⊥BC আৰু CF⊥AB

BC = 8 cm, CF = 5.5 cm।

ABCD সামন্তৰিকৰ পৰিসীমা 26 cm 

নিৰ্ণয় কৰা 一

(i) AB ৰ দীঘ 

(ii) ABCD ৰ কালি 

(iii) AE ৰ দীঘ










উত্তৰঃ 


- Hiru Moni Bora





Post ID : DABP004101