পাঠ ৩
তথ্য় প্ৰকাশ আৰু বিচাৰ
অনুশীলনী 3(B)

1. নবোদয় বিদ্য়ালয়ে ৰাজ্য়িক ভিত্তিক বিজ্ঞান প্ৰদৰ্শনী এখন পাতিছে।
বিভিন্ন স্কুলৰ অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীবোৰৰ সংখ্য়া শ্ৰেণী অনুসৰি এনেদৰে দিয়া আছে।

শ্ৰেণী

V

VI

VII

VIII

IX

ছাত্ৰ

50

40

45

30

25

ছাত্ৰী

30

40

55

42

30


তথ্য়খিনি দ্বৈত দণ্ডলেখ এটাৰ সহায়ত প্ৰদৰ্শন কৰা কৰা। তলৰ প্ৰশ্নমূহৰ উত্তৰ দিয়া 一



















(i) কোন শ্ৰেণীৰ আটাইতকৈ বেছি ছাত্ৰই অংশগ্ৰহণ কৰিছে?
উত্তৰঃ পঞ্চম শ্ৰেণীৰ।

(ii) কোন শ্ৰেণীৰ আটাইতকৈ কম ছাত্ৰই অংশগ্ৰহণ কৰিছে?
উত্তৰঃ নৱম শ্ৰেণীৰ।

(iii) কোন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পাৰ্থক্য় আটাইতকৈ বেছি?
উত্তৰঃ পঞ্চম শ্ৰেণীৰ।

(iv) সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ অনুপাতটো অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ অনুপাতটোতকৈ কিমান কম বা বেছি?
উত্তৰঃ 2 কম।


2. উত্তৰ মেৰুৰ ওচৰৰ দুখন চহৰ X আৰু Y ত প্ৰতিদিনে মাত্ৰ কেইঘণ্টামানহে বেলিৰ পোহৰ পৰে। বাকী সময়খিনি ৰাতি। 2010 চনৰ প্ৰতি দুমাহৰ ভিতৰত চহৰ দুখনত পৰা গড় উত্তাপ এনেধৰণৰ 一









ঠাই দুখনৰ উত্তাপৰ পাৰ্থক্য় দেখুৱাই এখন দণ্ডলেখ আঁকা।






Post ID :DABP003769