L.G.B. Girls' College, Tezpur (Sonitpur) 



লোকপ্ৰীয় গোপীনাথ বৰদলৈ মহাবিদ্যালয়খন 1979 চনত স্থাপিত হৈছিল। জুলাই 2012 ত ধাৰা 2(এফ) আৰু 12(বি)ৰ অধীনত বিশ্ববিদ্যালয় অনুদান আয়োগৰ (ইউজিচি) দ্বাৰা স্বীকূত। এই বিদ্যালয়খন শোণিতপুৰ জিলাত মহিলাৰ শিক্ষাৰ উৎসাহ প্ৰদান কৰাৰ উদ্দেশ্যৰে স্থাপিত এক নগৰিয়া পৰিৱেশত অৱস্থিত যত যথেষ্ট সংখ্যক চাহ বাগিচাৰ শ্ৰমিকৰ উপৰিও অবিচি/এছচি/এছটি/সংখ্যালঘু লোকে বাস কৰে। এইচ.এছ আৰু ডিগ্ৰী দুয়োতা স্তৰত নিৰন্তৰ ভাল, ফলাফল মনোৰম অট্টালিকা, সমূৰ্ধ পুথিভঁৰাল, অভিজ্ঞ আৰু প্ৰতিশ্ৰুতিবদ্ধ অনুষদ, শূংখলাূদ্ধ পৰিৱেশ, একচেটিয়া হোষ্টেল আৰু সৰ্বোপৰি, মহাবিদ্যালয়খনক আদৰ্শ শিক্ষা স্থান হিচাপে গঢ়ি তোলাৰ বাবে সংশ্লিষ্ট সকলোৱে নিৰন্তৰ প্ৰচেষ্টা চলাই আহিচে।    

আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহেলে তলত দিয়া Emailলত Contact কৰক।

TYPE- SUMAN KAKATI