Lokopriya Gopinath Bordoloi Regional Institute of Mental Health 



লোকপ্ৰিয় গোপিনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানখন 1876 চনত স্থাপিত হৈছিল। ই ভাৰত আটাইতকৈ পুৰণি মানসিক স্বাস্থ্য সেৱা প্ৰতিষ্ঠানবোৰৰ ভিতৰত এটা। প্ৰতিষ্ঠানটো 81 বিঘা মাটিত আৱৰি আছে। লোকপ্ৰিয় গোপিনাথ বৰদলৈ আঞ্চলিক মানলিক স্বাস্থ্য প্ৰতিষ্ঠান (এলজিবিআৰআইএমএইচ) প্ৰথমতে 1876 এনৰ এপ্ৰিলত ব্ৰিটিছ চৰকাৰৰ অধীনত তেজপুৰ লুনাইটিক এছাইলাম হিচাপে স্থাপন কৰা হৈছিল। চিকিৎসালয়খনৰ নাম সলনি কৰি তেজপুৰ মানসিক চিকিৎসালয় ৰখা হয়। 1932 চনত চিকিৎসালয়ৰ আৱাস 700খন বিচনালৈ বূদ্ধি পাইছিল। 1987 চনত এটা নতুন বহিঃৰোগী বিভাগ (অপিডি) নিৰ্মাণ কৰা হৈছিল। পৰৱৰ্তী বছৰত আন দুটা মহলা ভৱন নিৰ্মাণ কৰৈা হৈছিল। 1989 চনত  চিকিৎসালয়খনৰ নাম খলনি কৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্বাস্থ্য পৰিষ্ঠান হিচাপে নামাকৰণ কৰা হয়। 

Type Research Institution, Hospital 

Established 1876 (146 years ago) 

Endowment ₹70 crore (US$9.3 million)

(2022–23 est.)[1]

Director Dr. S. K. Deuri 

Location Mahabhairab, Tezpur, Assam 26°37'41"N 92°48'36"E

Campus urban Affiliations Gauhati University Minister of Health and Family Welfare (India) 

Website www.lgbrimh.gov.in  

আপোনালোকে যদি এই কলেজখনৰ বি্ষয়ে অলপ তথ্য দিব বিচৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।

Type- Suman Kakati 



Post ID :DABP004106