অধ্য়য়-২

ভাৰতবৰ্ষত গণতন্ত্ৰৰ উৎপত্তি

(Origin of Democracy in India)

১। শাসন ব্য়ৱস্থা কি আছিল?

উত্তৰঃ ৰাজতন্ত্ৰ আছিল। 

২। জনসাধাৰণৰ মনত গণতান্ত্ৰিক ভাবধাৰই এক কি লাভ কৰিবলৈ সক্ষম হয়?

উত্তৰঃ স্পষ্ট ৰূপ লাভ কৰিবলৈ সক্ষম হয়। 

৩। ইংৰাজ শাসনৰ অধীনতহে কেন্দ্ৰীয় ক্ষমতাৰ কি ঠন ধৰি উঠিছিল?

উত্তৰঃ প্ৰৱণতা ঠন ধৰি উঠিছিল। 

৪। ব্য়ৱস্থা স্বাধীনোত্তৰ কালতে কি হোৱা দেখা যায়?

উত্তৰঃ কাৰ্য্য়কৰী হোৱা দেখা যায়। 

৫। ইংৰাজসকলে ভাৰতবৰ্ষত কি ৰাষ্ট্ৰ হিচাপে ব্য়ৱহাৰ কৰি আহিছিল?

উত্তৰঃ ঔপনিবেশিক ৰাষ্ট্ৰ হিচাপে ব্য়ৱহাৰ কৰি আহিছিল। 

৬। সমগ্ৰ ভাৰতবৰ্ষতে এই বিদ্ৰোহ বা কি বিয়পি পৰিছিল?

উত্তৰঃ আন্দোলন বিয়পি পৰিছিল। 

৭। ভাৰতীয় চিপাহীসকলে নানা ধৰণৰ অসুবিধা কি কৰিবলগা হৈছিল?

উত্তৰঃ ভোগ কৰিবলগা হৈছিল। 

৮। কিমান চনত সংঘটি হোৱা চিপাহী বিদ্ৰোহৰ ফলত ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীৰ অৱদান ঘটিল?

উত্তৰঃ ১৮৫৭ চনত সংঘটি হোৱা চিপাহী বিদ্ৰোহৰ ফলত ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীৰ অৱদান ঘটিল।

৯। আইন অনুসৰী ইংলণ্ডৰ ৰাণী ভিক্টোৰিয়াই ভাৰতৰ কি হ'ল?

উত্তৰঃ সম্ৰাজ্ঞী হ'ল। 

১০। ৰাজা ৰামমোহন ৰায়ক ভাৰতবৰ্ষৰ জাতীয়তাবাদৰ কি বুলি আখ্য়া দিয়া হয়?

উত্তৰঃ জন্মদাতা বুলি আখ্যা দিয়া হয়। 

১১। দয়ানন্দ সৰস্বতীয়েও আৰ্য্য় সমাজ গঠন কৰা ভালেমান সংস্কাৰমূলক কি গ্ৰহণ কৰিছিল?

উত্তৰঃ আঁচনি গ্ৰহণ কৰিছিল।

১২। ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম পৰাই ভাৰতৰ কি আন্দোলনৰ দ্বিতীয় পৰ্য্য়ায় আৰম্ভ হয়। 

উত্তৰঃ স্বাধীনতা আন্দোলনৰ দ্বিতীয় পৰ্য্য়ায় আৰম্ভ হয়। 

১৩। কাৰ্য্য়ব্য়ৱস্থাৰে চৰকাৰক বশ্য়তা স্বীকাৰ কৰিব পৰাটো কি বুলি ভাবি হতাশ হ'বলৈ লৈছিল?

উত্তৰঃ অসম্ভৱ বুলি ভাবি হতাশ হ'বলৈ লৈছিল। 

১৪। ১৯১৯ চনৰ কিমান তাৰিখে পঞ্জাৱৰ জালিয়ানাবাগত এখন প্ৰতিবাদী ৰাজহুৱা সভা অনুষ্ঠি হয়?

উত্তৰঃ  ১৯১৯ চনৰ ১৩ এপ্ৰিল তাৰিখে পঞ্জাৱৰ জালিয়ানাবাগত এখন প্ৰতিবাদী ৰাজহুৱা সভা অনুষ্ঠি হয়।

১৫। ক্ৰিয়া-প্ৰতিক্ৰিয়াৰে জাতীয় কংগ্ৰেছে কি ভূমিকা পালন কৰে?

উত্তৰঃ গুৰুত্ৱপূৰ্ণ ভূমিকা পালন কৰে। 

১৬। কিমান চনৰ আগভাগতেই 'ৰাওলাট' নামেৰে আইনখন তৈয়াৰ হয়?

উত্তৰঃ ১৯১৯ চনৰ আগভাগতেই 'ৰাওলাট' নামেৰে আইনখন তৈয়াৰ হয়। 

১৭। আন্দোলন জড়িত হোৱা ভালেমান নেতাই কি প্ৰকাশ কৰিলে?

উত্তৰঃ অসন্তুষ্টি প্ৰকাশ কৰিলে। 

১৮। আন্দোলনৰ কাৰ্য্য়সূচীত মুঠ কিমান বিধ কাৰ্য্য় অন্তৰ্ভুক্ত কৰা হয়?

উত্তৰঃ ৫ বিধ কাৰ্য্য় অন্তৰ্ভুক্ত কৰা হয়। 

১৯। ভাৰতক মুক্ত কৰাটোৱেই এই আন্দোলনৰ মূল কি আছিল?

উত্তৰঃলক্ষ্য় আছিল। 

২০।  স্বদেশী আন্দোলনৰ লগে লগে সন্ত্ৰাসবাদী কাৰ্য্য়কলাপ কি পাবলৈ ধৰে?

উত্তৰঃ বৃদ্ধি পাবলৈ ধৰে। 



Type Bikash Bora