ভাৰতীয় ৰাজনীতিৰ শেহতীয়া ঘটনাপ্ৰৱাহ আৰু প্ৰত্যাহ্বান | ( RECENT ISSUES AND CHALLENGES IN INDIA POLITICS ) | Chapter 10 | Class 12 Political Science Question And Answer | Class 12 Political Science Question and Answer Assamese Medium | Class 11 Political Science Question and Answer Solution | 


 ভাৰতীয় ৰাজনীতিৰ শেহতীয়া ঘটনাপ্ৰৱাহ আৰু প্ৰত্যাহ্বান

( RECENT ISSUES AND CHALLENGES IN INDIAPOLITICS )

Chapter 10


ৰচনাধৰ্মী প্রশ্ন :


১। বিশ্বায়নৰ বিষয়ে এটা টোকা লিখা।

উত্তৰঃ

২। বিশ্বায়নৰ যুগত পৰিকল্পনা কিমান দূৰ প্ৰাসংগিক? আলোচনা কৰা।      [H.S. 2017]

উত্তৰঃ

৩। ভাৰতীয় অর্থনীতিত সূচনা হোৱা নব্য অর্থনৈতিক নীতিৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ

৪। নৱ্য অর্থনৈতিক নীতিৰ বিৰুদ্ধে গঢ়ি উঠা প্রতিবাদ বা বিৰোধিতাৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ

৫। মণ্ডল আয়োগৰ বিৰুদ্ধে গঢ়ি উঠা প্ৰতিক্ৰিয়াৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ

৬। অয্যোধা বিবাদৰ বিষয়ে এক আলোচনা আগবঢ়োৱা।

উত্তৰঃ

৭। গোধৰাকাণ্ডৰ বিষয়ে এক আলোচনা আগবঢ়োৱা।

উত্তৰঃ

৮। অযোধ্যা আৰু গোধৰা ঘটনাৰ সৈতে সম্পৰ্ক ৰাখি ভাৰতত সাম্প্রদায়িকতাবাদে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰা।                                                                               [H.S. 2013]

উত্তৰঃ

চমুটোকা :

১। ভাৰতবৰ্ষৰ নব্য অর্থনৈতিক নীতিৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ

২। ভাৰতবৰ্ষত অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ ৰাজনৈতিক উত্থানৰ বিষয়ে অতি চমুকৈ লিখা।

উত্তৰঃ

৩। মণ্ডল আয়োগৰ পৰামৰ্শৱলীৰ ওপৰত সংক্ষিপ্ত আলোচনা আগবঢ়োৱা।

উত্তৰঃ

৪। মণ্ডল আয়োগৰ বিৰুদ্ধে কিয় জাতিবাদ গঢ়ি উঠিছিল? চমুকৈ আলোচনা কৰা।

উত্তৰঃ

৫। ভাৰতীয় ৰাজনীতিত দলিত সম্প্ৰদায়ৰ উত্থানৰ বিষয়ে চমু আলোচনা আগবঢ়োৱা ।

উত্তৰঃ


৬। বাবৰি মছজিদ ধ্বংস কৰা ঘটনাৰ ওপৰত এটা চমু টোকা লিখা। 

উত্তৰঃ

৭। গুজৰাটৰ সম্প্ৰদায়িক সংঘৰ্ষৰ সম্পৰ্কত মানৱ অধিকাৰ আয়োগৰ প্ৰতিক্ৰিয়া সম্পৰ্কত এক চমু আলোচনা আগবঢ়োৱা।             

উত্তৰঃ

অতি চমু উত্তৰৰ প্রশ্নঃ

১। ভাৰতত সাম্প্রদায়িকতাবাদৰ উদ্ভৱৰ দুটা কাৰণ লিখা।[H.S. 2017]

উত্তৰঃ

২। বিশ্বায়নৰ স'তে জড়িত আন দুটা ধাৰণা কি কি?

উত্তৰঃ

৩। স্ব-নিৰ্ভৰশীল আৰু আন্তঃনিৰ্ভৰশীল অর্থনীতিৰ মাজত কি কি পার্থক্য আছে?

উত্তৰঃ

৪। ভাৰতবৰ্ষৰ দুজন আটাইতকৈ ধনী ব্যক্তিৰ নাম লিখা।

উত্তৰঃ

৫। ভাৰতবৰ্ষত সাম্প্রদায়িকতাবাদ ৰোধৰ বাবে দুটা পৰামৰ্শ দিয়া।                                                                        [H.S. 2019]

উত্তৰঃ

৬। নৱ্য অর্থনৈতিক নীতিৰ বিৰোধিতা কৰা দুটা গোটৰ নাম লিখা। 

উত্তৰঃ

৭। মণ্ডল আয়োগৰ দুটা পৰামৰ্শ লিখা।        [H.S. 2015, 2018 ]

উত্তৰঃ

৮। বাবৰি মছজিদ ধ্বংস কৰাৰ সৈতে জড়িত দুটা দল/সংগঠনৰ নাম উল্লেখ কৰা।

উত্তৰঃ

৯। গোধৰাকাণ্ড সংঘটিত হোৱাৰ সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্রী আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰঃ

বস্তুনিষ্ঠ প্রশ্নাৱলী :

১। ভাৰতৰ নতুন অর্থনৈতিক নীতিৰ এটা বৈশিষ্ট্য লিখা।[H.S. 2017, 2019]

উত্তৰঃ

২। কোন চনত ভাৰতবৰ্ষৰ নব্য অর্থনৈতিক নীতি সূচনা কৰা হয়? 

উত্তৰঃ

৩।কোন চনত মণ্ডল আয়োগৰ পৰামৰ্শাৱলী প্রয়োগ কৰা হয়?

উত্তৰঃ

৪। কোন চৰকাৰৰ দিনত মণ্ডল আয়োগৰ পৰামৰ্শাৱলী প্রয়োগৰ সিদ্ধান্ত লোৱা হয় ?

উত্তৰঃ

৫। মণ্ডল আয়োগৰ পৰামৰ্শাৱলী প্ৰয়োগৰ সিদ্ধান্ত লোৱাৰ সময়ত দেশৰ প্ৰধানমন্ত্রী কোন আছিল?

উত্তৰঃ

৬। বহুজন সমাজ পার্টি কোনে প্রতিষ্ঠা কৰিছিল?

উত্তৰঃ

৭। কিমান চনৰ কিমান তাৰিখে বাবৰি মছজিদ ধ্বংস কৰা হৈছিল? 

উত্তৰঃ

৮। বাবৰি মছজিদ ধ্বংস কৰাৰ সময়ত উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্রী কোন আছিল?

উত্তৰঃ

৯। কোন চনৰ কোন তাৰিখে গোধৰাকাণ্ড সংঘটিত হৈছিল? 

উত্তৰঃ

১০। গোধৰাকাণ্ড সংঘটিত হোৱাৰ সময়ত গুজৰাটত কোন দলৰ চৰকাৰ আছিল?

উত্তৰঃ

১১। মণ্ডল আয়োগৰ যিকোনো এটা পৰামৰ্শ লিখা।[H.S. 2015]

উত্তৰঃ

খালী ঠাই পূৰ কৰাঃ

১। বিশ্বায়নৰ স’তে জড়িত আন দুটা ধাৰণা হ'ল ক্ৰমে উদাৰীকৰণ আৰু ----------।

উত্তৰঃ

২। ভাৰতবৰ্ষৰ আটাইতকৈ ধনী ব্যক্তিজনৰ নাম ------------।

উত্তৰঃ

৩। মণ্ডল আয়োগৰ অধ্যক্ষ আছিল ------------। 

উত্তৰঃ

৪। মণ্ডল আয়োগে ----------- শতাংশ চাকৰিৰ অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ বাবে সংৰক্ষণৰ পৰামৰ্শ আগবঢ়ায়।

উত্তৰঃ

৫। ---------- চনত কাশীৰামে বহুজন সমাজ পার্টি গঠন কৰে।

উত্তৰঃ

৬। ২০১০ চনৰ --------- তাৰিখে এলাহাবাদ উচ্চ ন্যায়ালয়ে অযোধ্যা বিবাদৰ ওপৰত এক ঐতিহাসিক ৰায় প্ৰদান কৰে।

উত্তৰঃ

 ৭। ভাৰত চৰকাৰে মণ্ডল আয়োগ ----------- চনত নিযুক্তি দিছিল।                                                                    [H.S. 2014]

উত্তৰঃ

৮। স্বাধীনতাৰ পূৰ্বে মুছলিম লীগে আগবঢ়োৱা 'দ্বি জাতি তত্ত্ব'ত অন্তৰ্ভুক্ত কৰা ৰাষ্ট্ৰ দুখনৰ আছিল --------- আৰু ---------।  (খালী ঠাই পূৰ কৰা)                                [H.S. 2018 ]

উত্তৰঃ


Type: Himashree Bora.