অধ্য়য়-৪

শিৱাজীৰ অধিনত মাৰাঠা শক্তিৰ উত্থান

 (Rise of Maratha Power under Shivaji)  

১। কিমান খৃঃত কিমান তাৰিখে শিৱাজীৰ জন্ম হৈছিল?

উত্তৰঃ ১৬৩০ খৃঃত ১৯ ফেব্ৰুৱাৰীত। 

২। শিৱাজীৰ মনত ধৰ্মীয় সোত বোৱাৰ উপৰিও, দেশপ্ৰেমিকতাৰ ধাৰণাৰে কি হৈছিল?

উত্তৰঃ উদ্বুদ্ধ কৰিছিল। 

৩। ১৯৫৭ খৃঃত মোগলৰ সৈতে শিৱাজীৰ প্ৰথম কি আৰম্ভ হৈছিল?

উত্তৰঃ সংঘাত আৰম্ভ হৈছিল।

৪। শিৱাজীয়ে মোগলৰ সৈতে শান্তি চুক্তি সম্পৰ্ক কৰাতো কি বুলি বিবেচনা কৰিছিল?

উত্তৰঃ উচিত বুলি বিবেচনা কৰিছিল। 

৫। শিৱাজীক শক্তিশালী কৰিছিল আৰু মোগল ৰাজ্য় কি কৰিছিল?

উত্তৰঃ আক্ৰমণ কৰিছিল।

৬। শিৱাজীৰ শেষ জীৱন বৰ কিহৰ নাছিল?

উত্তৰঃ সুখৰ নাছিল।

৭। মোগল সাম্ৰাজ্য়ৰ পতনৰ এটা গুৰুত্বপূৰ্ণ কাৰণ আছিল কি ধৰ্মীয় গোড়ামী?

উত্তৰঃ ঔৰংজেৱৰ ধৰ্মীয় গোড়ামী। 

৮। মোগল সাম্ৰাজ্য়ৰ পতনত ঔৰংজেৱৰ সন্দেহজনক স্বভাৱে বিশেষ কি যোগাইছিল?

উত্তৰঃ বৰঙণি যোগাইছিল। 

৯। আশা কৰা মতে ঔৰংজেৱে কি লাভ কৰিব পৰা নাছিল?

উত্তৰঃ সফলতা লাভ কৰিব পৰা নাছিল। 

১০। মোগল সাম্ৰাজ্য়ৰ অৰ্থনৈতিক অৱস্থা আকবৰ আৰু জাহাঙ্গীৰৰ সময়ত কি হৈ আছিল?

উত্তৰঃ সুস্থিৰ হৈ আছিল। 

১১। সৈনিক আৰু বিষয়াসকল আৰাম আৰু বিলাসীতা কি হৈ পৰিছিল?

উত্তৰঃ প্ৰিয় হৈ পৰিছিল। 

১২। দিৱান বা ৱাজিৰৰ পিছতে স্থান লাভ কৰা বিষয়াজন কি আছিল?

উত্তৰঃ মিৰ বক্সী আছিল। 

১৩। কাজী-উল-কাজাত ৰাজ্য়ৰ প্ৰধান বিচাৰ কি বিষয়া আছিল?

উত্তৰঃ বিভাগীয় বিষয়া আছিল। 

১৪। প্ৰাদেশিক শাসনৰ এঝন গুৰুত্ৱপূৰ্ণ বিষয়া কি আছিল?

উত্তৰঃ বক্সী আছিল। 

১৫। ৰাজাহ আদয়কাৰীক, জাগীৰদাৰৰ গোমাষ্টাসকলক কি দিছিল?

উত্তৰঃ ৰক্ষণাবেক্ষণ দিছিল। 

১৬। ৰাজহ কেন্দ্ৰীয় কোষাগাৰত জমা দিয়া তেওঁলোকৰে কি আছিল?

উত্তৰঃ দায়িত্ৱও আছিল। 

১৭। মোগল সম্ৰাটসকলে এটা সুস্থ ৰাজহ কিহৰ ব্য়ৱস্থা কৰিছিল?

উত্তৰঃ প্ৰশাসনৰ ব্য়ৱস্থা কৰিছিল। 

১৮। মোগল বাহিনীত গোলণ্ডাজ বাহিনীয়ে গুৰুত্ৱপূৰ্ণ কি পালন কৰিছিল?

উত্তৰঃ ভূমিকা পালন কৰিছিল। 

১৯। আকবৰে সৰু আৰু ডাঙৰ দুয়ো প্ৰকাৰৰ কি তৈয়াৰ কৰিছিল?

উত্তৰঃ বন্দুক তৈয়াৰ কৰিছিল। 

২০। প্ৰতিজন মোগল সম্ৰাটে, পদাতিক বাহিনীৰ ওপৰত গুৰুত্ৱ কি কৰিছিল?

উত্তৰঃ আৰোপ কৰিছিল।                                                                                                                                                                                        

                                                                                                         

Type Bikash Bora




Post ID : DABP005152