শংকৰদেৱৰ পূৰ্বপুৰুষ আৰু বংশক্ৰমঃ
শংকৰদেৱৰ পূৰ্বপুৰুষ সকলৰ নাম লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ 'বেজবৰুৱা ৰচনাৱলী' দ্বিতীয় খণ্ড আৰু হৰি নাৰায়ন দত্ত বৰুৱা সম্পাদিত 'শ্ৰীমদ্ভাগৱত' (সম্পূৰ্ণ) পাতনিৰ আধাৰত শঙ্কদেৱৰ পূৰ্বপুৰুষ সকলৰ বিষয়ে জানিব পাৰি।
১) কৃষ্ণগিৰী
👇
২) সুবৰ্ণগিৰী
👇
৩) গন্ধৰ্বগিৰী
👇
৪) ৰামগিৰী
👇
৫) হেমগিৰী
👇
৬) হৰিবৰগিৰী
👇
৭) কন্যাকৃষ্ণকান্তি
👇
৮) লণ্ডাদেৱ বা লণ্ডীবৰ
👇
৯) চণ্ডীবৰ
১) গদাধৰ
২) ৰাজধৰ ( ভাৰ্যা- দেৱচহুতী)
১) সূৰ্যবৰ (ভাৰ্যা-খেৰশুতী)
১) কুসুম্বৰ { ভাৰ্যা- ১) সত্যসন্ধা ২) অনুধৃতি }
১) সত্যঃ শঙ্কাৰদেৱ
২) অনুঃ বনগয়াগিৰী
২) জয়ন্ত (ভাৰ্যা- খেৰশুতীৰ দ্বি-ভগ্নী )
১) শতানন্দ ( ভাৰ্যা- নাৰায়ণপ্ৰিয়া)
২) জগতানন্দ
৩) মাধৱ (ভাৰ্যা- খেৰশুতীৰ, তৃঃ ভগ্নী )
১) মাধৱীদলৈ (ভাৰ্যা- ৰতিকান্ত)
১) হাতীয়া
৪) হলায়ুধ (ভাৰ্যা- খেৰশুতীৰ, চঃ ভগ্নী )
সংগ্ৰাহকঃ পুষ্প কাকতি
(BA 5th Semester Assamese Major Book)