অনুশীলনী ২.২
1. 5x-4x2+3 বহুপদৰ মানৰ নিৰ্ণয় কৰা যেতিয়া—
(i) x=0 (ii) x=-1 (iii) x=2
সমাধানঃ (i) ধৰা হ’ল
f(x)=5x-4x2+3
f(x)=5×0-4(0)2+3
=0-0+3
=3
(ii) ধৰা হ’ল,.f(x)=5x-4x2+3
F(-1)=5(-1)-4(-1)2+3
=-5-4+3
=-.9+3=-.6
(iii) ধৰা হ’ল,f(x)=5x-4x2+3
f(2)=5×2-4×(2)2+3
=.10-16+3
=-6+3=-3
2. তলৰ বহুপদবোৰৰ প্ৰত্য়েকৰ বাবে p(0), p(1). আৰু p(2) নিৰ্ণয় কৰা
সমাধানঃ (i) p(y)=y2-y+1
P(0)=02-0+1=1
P(1)=12-1+1=1
P(2)=22-2+1=3
(ii)p(t)=2+t.+2t2-t3
P(0)=.2+0+2×02-03=2
P(1)=2+1+2×12-13=4
P(2)=2+2+2×22-23=4
(iii).p(x)= x3
P(0)=03=0
P(1)=13=1
P(2)=23=8
(iv)p(x)=.(x-1)( x+1)
P(0)=.(0-1) (0+1)=-1
P(1)=(1-1) (1+1)=0
P(2)= (2-1) (2+1)=.3
3.কাষত উল্লোখিত মান বোৰ বহুপদটো শূন্য় হয় নে নহয় সত্য়াপন কৰি চোৱা।
0 Comments