অনুশীলনী 3.2
1। তলৰ তথ্য় খিনিৰ পৰা বহুলক নিৰ্নয় কৰা?
(i)
2,
2, 3, 3, 4, 4, 5, 5, 6, 6, 7, 7
(ii)
41,
43, 41, 46, 47, 48, 41, 49, 49
সমাধান
(i)
বহুলক
=
5
(ii)
বহুলক
= 41
2। প্ৰাপ্ত নম্বৰ বহুলক নিৰ্নয় কৰা
ছাত্ৰ-ছাত্ৰী সংখ্য়া |
3 |
3 |
4 |
7 |
4 |
2 |
প্ৰাপ্ত নম্বৰ |
10 |
11 |
12 |
13 |
14 |
15 |
সমাধান বহুলক = 13
3। তলৰ তথ্য় খিনিৰ পৰা মধ্য়মা নিৰ্নয় কৰা
(i)
2,
0, 1, 5, 3, 4, 6, 8, 12, 9, 10
(ii)
9,
7, 8, 11, 12, 9, 5, 8, 12, 10, 9
সমাধান
4। 17 জন ছাত্ৰ-ছাত্ৰীৰ গণিতৰ মূল্য়য়ন পোৱা নম্বৰ তালিকা
তলত দীয়া ধৰণৰ
28, 32, 35, 21, 27, 35, 27, 42, 35, 22, 23, 35, 25, 23, 40, 24, 31 এই
তথ্য় খিনিৰ পৰা বহুলক আৰু মধ্য়মা নিৰ্নয় কৰা। দুয়োটা মান একেইনে
সমাধান মধ্য়মা= =9 তম ৰাশি অৰ্থাৎ 28
বহুলক =
35
5। তলৰ তথ্য় সমূহ পৰা বহুলক আৰু মধ্য়মা নিৰ্নয় কৰা আৰু
দুয়োটা মান একে হয়নে?
13, 16, 12, 14, 19, 12, 14, 13, 14,
সমাধান বহুলক
= 14
দুয়োটা মান
একে।
6। এটা শ্ৰেণীৰ 13 জন ছাত্ৰ-ছাত্ৰীৰ বয়স তলত দিয়া ধৰণৰ
14, 14, 14, 14, 14, 14, 14, 14, 14, 15, 15, 15, 15
তথ্য়, সমূহৰ পৰা মধ্য়মান, বহুলক আৰু মধ্য়মা নিৰ্নয় কৰা?
ইয়াত বহুলক
14
7। তলৰ তালিকাখন পূৰ কৰা
সমাধান
নম্বৰ |
প্ৰসাৰ |
মধ্য়মান |
বহুলক |
মধ্য়মা |
35,15,0,40,20,25,45,10,30,5,15 |
45 |
21.5 |
15 |
20 |
8। তলৰ উক্তি বোৰ শুদ্ধ নে অশুদ্ধ কোৱা
(i) বহুলক সদায় তথ্য়ৰ মাজত থকা এটা ৰাশি।
(i (ii) মধ্য়মা সদায় তথ্য়ৰ মাজত থকা এটা ৰাশি।
( (iii) মধ্য়মা সদায় তথ্য়ৰ মাজত থকা এয়া ৰাশি।
সমাধান
(i) সত্য়
(ii) সত্য়
( (iii) অসত্য়
9। তলৰ তথ্য়সমূহৰ মধ্য়মান, বহুলক আৰু মধ্য়মা নিৰ্নয় কৰা
(i) 8, 8, 8, 18, 18, 18, 18, 18
(ii) 3, 10, 10, 12, 14, 16, 16, 18, 18, 25, 28
(iii) 23, 2, 42, 6, 36, 11, 29 9, 15
সমাধান
= 13.5
বহুলক = 18
= 15.45
বহুলক = 18
Author- Bikash Bora