অনুশীলনী 3.4

1। তলত দিয়াবোৰ নিশ্চিতভাৱে ঘটিব ঘটনাটো অসম্ভৱ ঘটিব পাৰে কিন্তু পিচত নিশ্চিত নহয় কোনটো শুদ্ধ কোৱা?

(i)    অহা বছৰ স্বাধীনতা দিৱস 15 আগষ্টত উদযাপন কৰা হব।

(ii)   তুমি ভাল ৰিজাল্ট কৰিলে এটা পুৰস্কাৰ পাবা।

(iii) অহা সপ্তাহত বুধবাৰ পিছৰ দিনটো শুক্ৰবাৰ হব।

(iv) তোমাক আজি বন্ধুজনে দেখা কৰিব।

(v)   তুমি চিৰিয়াখানালৈ গলে ডাইনা চৰ দেখা পাবা।

সমাধান

(      (i) নিশ্চিত ভাৱে ঘটিব।

       (ii)ঘটিব পাৰে কিন্তু নিশ্চিত নহয়।

(      (iii) ঘটনাটো অসম্ভৱ।

(      (vi) ঘটিব পাৰে কিন্তু নিশ্চিত নহয়।

        (v) ঘটনাটো অসম্ভৱ।

2। এটা পাত্ৰত 4টা মাৰ্বল আছে। এটা ৰঙা, এটা হালধীয়া, এটা কলা আৰু এটা বগা ৰঙৰ।

(i) ৰঙা ৰঙৰ মাৰ্বলটো উলিয়াই অনাৰ সম্ভাৱিতা কিমান?

(ii) বগা ৰঙৰ মাৰ্বলটো োউলিয়াই অনাৰ সম্ভাৱিতা কিমান?

সমাধান

         (i) সম্ভাৱিতা  

        (ii) সম্ভাৱিতা  

3। ৰীতা, ববিতা, হেমা, পুষ্পা আৰু মেঘাই নিজৰ নামবোৰ কাহজৰ টুকুৰাত লিখি এটা বাকচত ভৰালে। মেঘাই বাকচৰ পৰা এটা নাম উলিয়ালে। তাই নিজৰ নামটো উলিয়াই অনাৰ সম্ভাৱিতা কিমাৱ হ?

সমাধান মুঠ নামৰ সংখ্য়া = 5টা

              মেঘাৰ নাম থাকিব = 1 টুকুৰাত

               সম্ভাৱিতা

4। ‘EDUCATION’ এই নামটোৰ পৰা ইংৰাজী স্বৰবৰ্ণখিনি উলিয়াই অনাৰ সম্ভাৱিতা কিমান?

 সমাধান ‘EDUCATION’ শব্দটো বৰ্ণ সংখ্য়া = 9

              শব্দটো থকা স্বৰবৰ্ণ সংখ্য়া = 5

           সম্ভাৱিতা  

5। এটা পাচিত 4টা আম, 3টা নাচপতি আৰু 5টা কল আছে। পাচিটোৰ পৰা গোটেইখিনি কল উলিয়াই অনাৰ সম্ভাৱিতা কিমান?

 সমাধান পাচিটোত মুঠ ফল সংখ্য়া = 4+3+5= 12 টা

                              কল সংখ্য়া = 5টা

              সম্ভাৱিতা



Author-  Bikash Bora